মুখ্য-পৃষ্ঠা

গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালৰ বিদ্যুৎ সংযোগ কৰ্তন। পৰিশোধ কৰা নাছিল ৩৬ লাখ ২১ হাজাৰ ৮৭০ টকাৰ বিল।

গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালৰ বিদ্যুৎ সংযোগ কৰ্তন। পৰিশোধ কৰা নাছিল ৩৬ লাখ ২১ হাজাৰ ৮৭০ টকাৰ বিল।

পমুৱা মুছলমানে বেদখল কৰিছে অসমৰ মাটি–সংস্কৃতিদিল্লীত ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ বিস্ফোৰণ

পমুৱা মূলৰ মুছলমানসকলেই অসমৰ ভূমি বেদখল কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰে বংগীয় মূলৰ মুছলমানসকলৰ পৰা অসমৰ মাটি বেদখলমুক্ত কৰিব৷...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত মাচুল বৃদ্ধিক লৈ সৰৱ বিশ্ববিদ্যালয়ৰ আছু গোট।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত মাচুল বৃদ্ধিক লৈ সৰৱ বিশ্ববিদ্যালয়ৰ আছু গোট। চৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ অধীনত অধ্যয়নৰ নামত লক্ষাধিক টকা মাচুল আদায়ক লৈ বিমোৰত...

Popular