মুখ্য-পৃষ্ঠা

হোজাইত বাহিৰৰ যুৱতী আনি অনৈতিক কাৰ্য্যকলাপ চলি থকাৰ অভিযোগ।হাতে-লোটে ধৰা পেলায় স্থানীয় ব্যৱসায়ীয়ে

হোজাইত পুৰণা বজাৰত উত্তপ্ত পৰিস্থিতি। দোকানৰ ভিতৰত দীৰ্ঘদিন ধৰি অনৈতিক কাৰ্য্যকলপা চলি থকা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ। পুৰণা বজাৰৰ এইখন দুই...

ভাৰত ৰত্ন শচীনৰ ৪৮ তম জন্মদিন

৪৮ বছৰীয়া হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ ক্ৰীড়া তাৰকা 'ভাৰত ৰত্ন' শচীন তেণ্ডুলকাৰ। ১৯৭৩ চনৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰা শচীনে যদিও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাইছে...

দেশৰ ৪৮সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে এন ভি ৰমনাই, ৰাষ্ট্ৰপতিয়ে পাঠ কৰোৱালে শপত বাক্য

আজি ন্যায়াধীশ এন ভি ৰমনাই দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে শপত লয়। ৰাষ্ট্ৰপতি ভৱনত এন ভি ৰমনাক শপত বাক্য পাঠ কৰোৱাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।...

১০০ টকাৰ বিনিময়ত কৰোনা টেষ্ট নকৰাকৈ দিলে নিগেটিভ ৰিজাল্ট।

শোনিতপুৰৰ চাৰিদুৱাৰত ভয়ংকৰ ঘটনা। চাৰিদুৱাৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা। ১০০ টকাৰ বিনিময়ত কৰোনা টেষ্ট নকৰাকৈ দিলে নিগেটিভ ৰিজাল্ট। চাৰিদুৱাৰ চিকিৎসালয়ত চলি আছিল কৰোনাৰ...

হোজাইত আটক IPL জুৱাৰী।

হোজাইত আটক IPL জুৱাৰী। হোজাইৰ বৰপুখুৰী ৰ পৰা আটক 4 জনকৈ IPL জুৱাৰী। দীৰ্ঘদিন ধৰি আইজুল হক নামৰ লোকজনে নিজ ঘৰৰ পৰাই চলাই আছিল এই জুৱা...

Popular