Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

পূৰৱী গোস্বামীৰ ‘অজানিতে মোৰ মনে’ শীৰ্ষক কবিতা পুথি উন্মোচন

দেৰগাঁৱৰ এগৰাকী উদিয়মান কবি, লেখক পূৰৱী গোস্বামীৰ "অজানিতে মোৰ মনে" শীৰ্ষক এখনি কবিতা পুথি যোৰহাট বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়।উজনি অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক
Read More...

লাহৰীঘাটৰ কাঠনিত সংখ্যালঘু মহিলা সকলৰ বাবে নঈ ৰশ্মি আঁচনিৰ উদ্বোধন

যোৱা কালি মৰিগাঁও জিলাৰ লাহৰিঘাটৰ কাঠনি গাঁও পঞ্চায়ত AHSUS ফাউণ্ডেশ্যনৰ উদ্যোগত নঈ -ৰশ্মি নামৰ আচনিৰ জৰিয়তে মহিলা সবলীকৰণৰ ছয় দিনীয়া কাৰ্যসূচীৰে এখন প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভ কৰে। ভাৰতৰ চৰকাৰৰ নঈ-ৰশ্মি নামৰ আচনি খনৰ জৰিয়তে সংখ্যালঘু
Read More...

গেলাবিল ৰাজহুৱা নামঘৰত শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰ আঞ্চলিক সমিতিৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ…

'' বোলা হৰি হৰি নাম মুকুন্দ মুৰাৰি । বিনা হৰি নামে ভক্ত তৰিতে নাপাৰি ।। " বিটিআৰৰ পূৱ ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আঞ্চলিক সমিতিৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে ব্যাপক প্ৰস্তুতি চলাইছে ৰঘু নাথ
Read More...

মৰিগাঁৱৰ জালুগুটিত দুটা পিষ্টল সহ পাঁচ জাই গুলি সহ গ্ৰেপ্তাৰ দুজন ডকাইত

যোৱা কালি নগাঁৱৰ কচুৱা দুজন ডকাইতে মৰিগাঁৱৰ জালুগুটিত ডকাইতি কৰিব আহিছিল।মৰিগাঁৱৰ জালুগুটিত এঘৰ মানুহৰ ঘৰত ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ আবেলিৰ পৰা খাপপিতি আছিল জালুগুটিত। মৰিগাঁৱৰ আৰক্ষীয়ে গোপন সূত্ৰে গম পাই ঘটনাস্থলীত উপস্থিত হৈ ডকাইত
Read More...

তিনিচুকীয়া বৰহোলোঙত বৃহৎ পৰিমানৰ অবৈধ কাঠ ভৰ্তি ট্ৰেক্টৰ জব্দ

ৰাজ্যত প্ৰায় তিনিমাহ চোৰাং কাঠৰ বেহা বন্ধ হোৱা বুলি বিভিন্ন মহলত গুজৱ উঠি আহিছে যদিও সক্ৰীয় হৈ আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । আজি তাৰেই প্ৰমাণ হল তিনিচুকীয়া জিলাৰ বৰডুমচাৰ বৰহোলোং গাঁ‌ৱৰ মাজেৰে যোৱা বৰডুমচা-ফিল'বাৰী সংযোগী
Read More...

ক’ভিড পৰিস্থিতিৰ মাজতে বঙাইগাঁৱতো শাৰদীয় দুৰ্গোৎসৱ উদযাপন

মহামাৰী ক'ভিড পৰিস্থিতিৰ মাজতেই ৰাজ্যজুৰি আজি ষষ্ঠীৰে পৰা আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷ বিগত বৰ্ষত ক'ভিডৰ বাবে শাৰদীয় দুৰ্গোৎসৱ অনুষ্ঠুপীয়াকৈ উদযাপিত হৈছিল যদিও এইবাৰ পৰিৱেশ কিছু উন্নত হোৱাত চাৰিওফালে পূজাৰ আয়োজন চলা পৰিলক্ষিত হৈছে ৷
Read More...

নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত বিজয়ী দলক সম্বৰ্দ্ধনা জে কে বৰুৱা ট্ৰফীৰ

১১ অক্টোবৰ ২০২০-২১ বৰ্ষৰ গোলাঘাটত হৈ যোৱা ১৯ বছৰৰ অনুৰ্দ্ধৰ আন্তঃজিলা জে কে বৰুৱা ট্ৰফী প্ৰথমবাৰৰ বাবে চেম্পিয়ন হৈ নলবাৰীলৈ গৌৰৱ কঢ়িয়াই অনা দলটিক কালি নলবাৰী নাট্যমন্দিৰত সম্বৰ্দ্ধনা জনোৱা হ'য় । বিশিষ্ট ক্ৰীড়া সংগঠক নগেন ডেকাৰ
Read More...

ওদালগুৰি উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতি সমিতি গঠন

২৭ সংখ্যক বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাখনি অহা নবেম্বৰত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি উপলক্ষে ৯ অক্টোবৰত ওদালগুৰি কলেজ প্ৰেক্ষাগৃহত ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ
Read More...

কবি সংকেশ্বৰ কোঁচৰ ‘আলঙত ৰাতিৰ ফুল’ আৰু ‘হৃদয় মন ব’হাগ আদি’ দুই কবিতা পুথি…

বিশিষ্ট কবি সংকেশ্বৰ কোঁচৰ দুখনকৈ কবিতা পুথি ১০ অক্টোবৰত  শোনিতপুৰ জিলাৰ  চিৰাজুলিৰ চিকাৰী বস্তিৰ তেখেতৰ নিজা বাস ভৱনত উন্মোচন কৰা হয় ৷লিখক সা’বাদিক কবি সুজিত কটকীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ পূৰ্বে তেখেতৰ কন্যা নিকিতা কোঁচে বৰগীত পৰিবেশন
Read More...

‘দিগদৰ্শন’ৰ অষ্টদশ বৰ্ষপূৰ্তি অনুষ্ঠানৰ সফল সমাপ্তি

অসমৰ অগ্ৰণী প্ৰকাশন,  দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত পাঁচখন আলোচনীৰ অন্যতম ভিন্নসুৰী মাহেকীয়া আলোচনী " দিগদৰ্শন" আৰু দিগদৰ্শন প্ৰকাশনৰ অষ্টদশ বৰ্ষপূৰ্তি অনুষ্ঠানটি অহা ১০ অক্টোবৰত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ প্ৰেক্ষাগৃহত
Read More...