Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

টেলেংগনীয়া গাঁও পঞ্চায়তত ৰোগী ব্যক্তিক চেক প্রদান

বিহালী বিধান সভা সমষ্টিৰ অন্তর্গত টেলেংগনীয়া গাঁও পঞ্চায়তৰ অন্তর্গত বিভিন্ন ৰোগীত  ভোগী থকা লোকক  মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা দিয়া চেক যোৱা কালি বিতৰণ কৰা হয় ।বিহালীৰ বিধায়ক ৰণ্জিত দত্তৰ ততপৰতাত ,টেলেংগনীয়া  গাঁও পঞ্চায়তৰ
Read More...

অসমৰ ভূমিত অব্যাহত নগাৰ আগ্ৰাসন

যি সময়ত অসম চৰকাৰে চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ পদক্ষেপ  ৰাখি উচ্চেদ অভিযান চলাইছে , সেই সময়তে অসমৰ ভূমিত সমীপৰ ৰাজ্য নাগালেণ্ডে আগ্ৰাসন অব্যাহত ৰখাত অসমৰে স্থানীয় প্ৰশাসন তথা আৰক্ষীয়ে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । ইয়াৰ
Read More...

ঐতিহাসিক ফুলগুৰি ধেৱাৰ ১৬০বছৰ

ইংৰাজ চৰকাৰৰ অত্যাধিক কৰ নীতিৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিৱলৈ সংগঠিত হোৱা কৃষক সকলক গুলীয়াই কলঙৰ পানী ৰাঙলী কৰা ১৮৬১ চনৰ ১৮ অক্টোৱৰত নগাঁও জিলাৰ ফুলগুৰিত ৫৪ জনৰো অধিক কৃষকে প্ৰাণ আহুতি দিয়া ইতিহাস প্ৰসিদ্ধ ব্ৰহ্মপুত্ৰ উপত্যকাৰ
Read More...

ৰতনপুৰ আঞ্চলিক ফুটবল ক্লাবৰ উদ্যোগত ৩দিনীয়া ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ

ৰতনপুৰ আঞ্চলিক ফুটবল ক্লাৱৰ উদ‍্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভণ  ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত ৰতনপুৰ অঞ্চলত ৮ অক্টোবৰ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰতনপুৰ আঞ্চলিক ক্লাৱৰ উদ‍্যোগত দ্বিতীয় বাৰ্ষিক
Read More...

লামডিংত বিশ্ব হিন্দু পৰিষদৰ পাকিস্তানী সন্ত্ৰাসবাদী আৰু কাশ্মীৰি সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে উত্তাল…

হোজাই জিলাৰ অন্তৰ্গত লামডিঙ চহৰৰ মাজ মজিয়াত আজাদ হিন্দ লাইব্ৰেৰীৰ সম্মুখত বিশ্ব হিন্দু পৰিষদৰ লামডিঙ শাখাৰ নেতা কৰ্মী একলগ হৈ কাশ্মীৰি সন্ত্ৰাস বাদী আৰু পাকিস্তানী সন্ত্ৰাস বাদীৰ পুত্তলিকা দাহ কৰে আৰু কাশ্মীৰি সন্ত্ৰাস বাদীক হুংকাৰ দিয়ে।
Read More...

ওদালগুৰিত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত এম পি দিলীপ শইকীয়া

অসমৰ ইতিহাসত ৯  অক্টোবৰ একেলগে ৪০খন জিলাত বিজেপিৰ সাংগঠনিক সভা অনুষ্ঠিত হৈছে।আৰম্ভণীতে ৰাজ্যিক সভাপতিয়ে সকলো লৈ শুভেচ্ছামূলক বক্তব্য আগবঢ়াইছে।এয়াই হৈছে ডিজিতেল মাধ্যমেৰে ৰাইজৰ উন্নয়নৰ বিকাশ সাধন কৰা বিজেপিৰ উদ্দেশ্যে।এই মন্তব্য সাংসদ
Read More...

পৰম্পৰাগত সাজপাৰ পৰিধান কৰি ৪০খন সাংগঠনিক জিলাত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাখন আজি মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত লাকুৱা গ্ৰাম্য মণ্ডলৰ আতিথ্যত চলাপথাৰ শ্যাম গাঁওত অনুষ্ঠিত হয়। চলাপথাৰ শ্যাম গাঁৱৰ অংকুৰ সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাখনত
Read More...

মনহাৰ অসম গ্ৰামীন বিকাশ বেংকত নিজৰ জমা ধন উঠাবলৈ গৈ ঢলি পৰিল এজন গ্ৰাহক

মৰিগাঁও জিলাৰ মনহাত থকা অসম গ্ৰামীন বিকাশ বেংকত নিজৰ জমা ধন উঠাবলৈ গৈ গ্ৰাহক সকলে যমৰ যাতনা ভূগিবলগীয়া হৈছে ৷ আজিৰ উৎকট গৰমত ঢলি পৰিল এজন বয়োজ্যেষ্ঠ গ্ৰাহক ৷ এই বৃহত্তৰ অঞ্চলৰ লোকসকল নিৰ্ভৰ এই বেংকৰ ওপৰত ৷ প্ৰায় দুই তিনিমাহ
Read More...

বিহালী উন্নয়ন খণ্ড কার্যালয় চৌহদত থলুৱা খাদ্যৰ বিপনী মুকলি

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত  বিহালী খণ্ড উন্নয়ন বিষয়া কার্যালয় চৌহদত বুধবাৰে আত্ম সহায়ক গোটে প্রস্তুত কৰা থলুৱা খাদ্যৰ বিপনী বিহালীৰ বিধায়ক ৰণ্জিত দত্তই মুকলি কৰে !।অঞ্চলটোৰ লক্ষিমী "কাদম্বৰী"আদৰ্শ"স্বণময়"নৱ কিৰণ;আৰু
Read More...

ওদালগুৰি জিলা কৰ্মচাৰী পৰিষদৰ ১৬ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন

ওদালগুৰি জিলা কৰ্মচাৰী পৰিষদৰ ১৬ সংখ্যক দ্বি বাৰ্ষিক সাধাৰণ সভা আৰু মুকলি সভা খনি ৮ অক্টোবৰত  ওদালগুৰি জিলাৰ সমবায় সমূহৰ জিলা উপ পঞ্জীয়কৰ কাৰ্যালয়,সাপেখাইতিত  জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি শান্তি ৰাম শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়।সদৌ
Read More...