Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ১১ সংখ্যক উচ্চ ক্ষমতা সম্পন্ন পৰ্যালোচনা সমিতিৰ বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকা

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতৰ অধ্যক্ষতাত আজি গুৱাহাটীত অনুস্থিত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ১১ সংখ্যক উচ্চ ক্ষমতা সম্পন্ন পৰ্যালোচনা সমিতিৰ বৈঠকত অসম চৰকাৰৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই ৰাজ্য চৰকাৰক
Read More...

পাণ্ডোৰা পেপাৰচ কি ?এই তালিকাত কোনভাৰতীয় সকল আছে?

শচীন তেণ্ডুলকাৰ, পপ গায়িকা শাকিৰা আৰু প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰকে ধৰি সমগ্ৰ বিশ্বৰ শ শ চেলিব্ৰিটিক বেনামি বিনিয়োগ বুলি দাবী কৰা হৈছে। অনুসন্ধানকাৰী সাংবাদিকৰ এটা আন্তৰ্জাতিক সংস্থাই ইয়াৰ সৈতে সম্পৰ্কিত কিছুমান
Read More...

ৰাছিয়াৰ দলটোৱে মহাকাশত প্ৰথমবাৰৰ বাবে এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে আজি ৰাওনা হ’ব

আজি সমগ্ৰ বিশ্বই মহাকাশক্ষেত্ৰত এক ঐতিহাসিক সুযোগৰ সাক্ষী হ'ব। ইতিহাসটো ৰাছিয়াৰ দ্বাৰা সৃষ্টি কৰা হ'ব যিয়ে আজি আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে প্ৰথম চলচ্চিত্ৰ কৰ্মী প্ৰেৰণ কৰিব। চলচ্চিত্ৰখনৰ শিৰোনাম হৈছে 'দ্য
Read More...

আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ঘগ্ৰাপাৰত ব্ৰহ্মপুত্ৰ ভেলীৰ উদ‍্যোগত বৃক্ষৰোপন কাৰ্যসূচী

নলবাৰী জিলা কৃষি বিভাগ  আৰু  Brahmaputra valley Fertilizer corporation Ltd ৰ উদ‍্যোগত  ঘগ্ৰাপাৰত কালি   ভাৰত স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উদ্দেশ্যৰ লগত সংগতি ৰাখি এলানী বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ঘগ্ৰাপাৰ চ'কৰ সমীপত দামোদৰ
Read More...

তিনিচুকীয়াত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ঋণ মেলা

প্ৰতিজন সফল ব্যক্তিৰ আৰত থাকে বেংকৰ অৱদান৷ বেংক ফাইনেঞ্চৰ অবিহনে কোনো ব্যৱসায় বানিজ্য প্ৰতিষ্ঠা কৰাতো সম্ভৱ নহয়৷ জনসাধাৰনক ঋণ সম্পৰ্কে সজাগতা আৰু কিদৰে বেংকৰ পৰা ঋণ লব পাৰি সেই বিষয়ে সম্যক জ্ঞান প্ৰদান কৰাৰ বাবে আজি তিনিচুকীয়াত ভাৰতীয়
Read More...

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা পদযাত্ৰাৰ আয়োজন

স্বাধীনতাৰ অমৃত মহোৎসৱ উদ্‌যাপনৰ অংশ  হিচাপে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণে যোৱা ২ অক্টোবৰৰ পৰা আৰম্ভ কৰা দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে জিলাখনত আইন সজাগতা আৰু প্ৰচাৰ অভিযানৰ উদ্দেশ্যে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ মৃদুল কুমাৰ
Read More...

নগৰবেৰাত ছমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰিয়ঙ্কা গান্ধীৰ মুক্তিৰ দাবীত ধৰ্ণা কাৰ্যসূচী

সমগ্ৰ দেশৰ লগতে প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশত আজি বকো সমষ্টিৰ ছমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ মুক্তিৰ দাবীত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ছমৰীয়া ব্লক কংগ্ৰেছৰ
Read More...

প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত লাহৰীঘাট ৰাজহ চক্ৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰত   কংগ্ৰছ নেত্ৰী প্ৰিয়ংকা গান্ধী মুক্তিৰ দাবী লাহৰীঘাট কংগ্ৰেছৰ প্ৰতিবাদ । স্হানীয়া বিধায়ক ডা: আছিফ নাজাৰৰ  নেতৃত্বত হাযে হাতে প্লে- কাৰ্ড লৈ লাহৰীঘাট চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত উত্তাল প্ৰতিবাদ
Read More...

“মিচন বসুন্ধৰা”আঁচনিক আদৰণি সদৌ অসম মণ্ডল কাননগো সন্মিলনীৰ

অসম চৰকাৰৰ "ৰাজহ আৰু দূৰ্য্যোগ ব্যৱস্হাপনা বিভাগ, অসম " ৰ দ্বাৰা জনকল্যাণৰ বাবে "গান্ধী জয়ন্তী" দিনা আৰম্ভ কৰা " মিচন বসুন্ধৰা" আচঁনি খনক সদৌ অসম মণ্ডল কাননগো সন্মিলনীৰ নৱনিৰ্বাচিত সভাপতি লোকনাথ সন্ধিকৈ আৰু সাধাৰণ
Read More...

ওদালগুৰি জিলা সাহিত্য সভাৰ ‘গল্প সাধনা বঁটা’ প্ৰদান কাৰ্যসূচী আৰু ‘মনোজ্ঞ আলোচনা…

বামুণজুলি সাহিত্য সভাৰ উদ্যোগত স্থানীয় লক্ষ্মীনাথ বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত  ৩ অক্টোবৰত ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি হৰেশ্ব ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত পোনপ্ৰথমবাৰৰ বাবে 'গল্প-সাধনা বঁটা,২০২১’ প্ৰদান কাৰ্যসূচীটি ৰূপায়ণ
Read More...