Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

লামডিং কালিবাড়ীত শাৰদীয় দূৰ্গা পূজাক লৈ লামডিং পুৰহিত সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক

 সমাগত শাৰদীয় দূৰ্গা পূজা কিন্ত এইবাৰ ৰাজ্য চৰকাৰে বান্ধি দিয়া কৰোণা প্ৰটোকলৰ সকলো নীতি নিয়ম মানি অনুস্থিত হ'ব শাৰদীয় দূৰ্গা পূজা৷ লামডিং কালিবাডী মন্দিৰৰ ভিতৰত লামডিংৰ দূর্গা পূজাৰ আয়োজক লৈ লামডিং পুৰহিত কমিটিৰ সকলো সদস্যই একত্ৰিত হৈ
Read More...

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাকো সৌজন্যমূলক সাক্ষাত মন্ত্ৰী পীযুষ হাজৰীকাৰ

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা সীমা সমস্যা সমাধান সমিতিৰ অধ‍্যক্ষ শ্ৰী পীযুষ হাজৰীকাই কাষৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টেন টিনচঙৰ সৈতে অসম চৰকাৰৰ
Read More...

ৰৌতাত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত গোঁসাইগাওঁ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষনা

 ৰাজ্যখনৰ আঞ্চলিক ৰাজনৈতিক দল বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা এখন  ৪অক্টোবৰত  ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলি বিআইচিচি হ'লত  দিনৰ ১ বজাত অনুষ্ঠিত হৈ যায় ।  এই  ৰাজনৈতিক দলটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি  হাগ্ৰামা মহিলাৰীৰ সভাপতিত্বত
Read More...

আগ্ছু হৰিশিঙা আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা সম্পন্ন

সদৌ অসম গোৰ্খা ছাত্র সন্থা (আগ্ছু)  ওদালগুৰি জিলা সমিতিৰ হৰিশিঙা আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা যোৱা ৩ অক্টোবৰ তাৰিখে সাতঘৰীয়া প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত আঞ্চলিক সমিতিৰ সভাপতি ইন্দ্ৰ প্ৰধানৰ সভাপতিত্বত সম্পন্ন হৈ যায়। আঞ্চলিক সমিতিৰ সহ
Read More...

ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউলৰ বস্তাত ওলাল অদ্ভূত চাউল

ওদালগুৰি জিলাৰ খৈৰাবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত কুঁৱৰী পুখুৰী প্ৰাথমিক বিদ্যালয়ত যোগান বিভাগে ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনৰ নামত যোগান ধৰা চাউলৰ বস্তাত ওলাল আচৰিত ধৰণৰ অদ্ভূত চাউল। কোনো দিনে দেখি নোপোৱা মুড়ি সদৃশ  অদ্ভূত  চাউল দেখি ছাত্ৰ
Read More...

কটন বিশ্ববিদ্যালয়ৰ যুৱ অভিযন্তা সুৰজিত তালুকদাৰৰ মৃত্যুত শোক প্ৰকাশ

অভিযন্তা সুৰজিত তালুকদাৰৰ (২৭) যোৱা ২ অক্টোবৰ ২০২১ তাৰিখে সৰুপেটাস্থিত নিজ বাসগৃহৰ পুখুৰীত সাঁতুৰি থকা অৱস্থাত আকস্মিক মৃত্যু ঘটে ৷ বিশ্ববিদ্যালয়খনৰ যুৱ অভিযন্তা সুৰজিতৰ এই আকস্মিক মৃত্যুত সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিত তেখেতৰ আত্মাৰ
Read More...

জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত ‘আজাদী কা অমৃত মহোৎসৱ’ ৰ সজাগতা সভা

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অনুষ্ঠিত "আজাদী কা অমৃত মহোৎসৱ" শীৰ্ষক অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ এটি সজাগতা শিৱিৰৰ আয়োজন কৰা হয় ৷ পুৱা দহ বজাত নগাঁও আদালৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ নং ৩
Read More...

গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন

বিগত ২৬ বছৰ অসমৰ কুইজৰ ক্ষেত্ৰখনৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে তেখেত। মিতালী সংঘ, টিহুৰ 'বিহুৰে বিৰিণা পাত'ৰপৰা 'সহস্ৰজনে মোক প্ৰশ্ন কৰে', 'নৱকান্ত সোঁৱৰণ'লৈ - বিশেষকৈ অসম বিষয়ক কুইজত তেখেতে লাভ কৰি আহিছে প্ৰশংসনীয় সফলতা ৷ অসমৰ কুইজত নাৰীৰ
Read More...

গোগামুখত মিচিং আৰ্টিষ্ট এছ’চিয়েছনৰ সংবাদ মেলঃ ৫ অক্টোবৰৰ পৰা ভইচ অৱ মিচিঙৰ মহাৰণ

অসমৰ দিত্বীয় সৰ্ববৃহৎ জনজাতি মিচিং সকলৰ অন্যতম আগশাৰীৰ সাংস্কৃতিক সংগঠন মিচিং আৰ্টিষ্ট এছ’চিয়েছনৰ উদ্যোগত ৫ অক্টোবৰৰ পৰা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ভইচ অৱ মিচিং নামেৰে মিচিং গীতৰ মহাৰণ ৷ আজি গোগামুখ টুৰিষ্ট ল’জত অনুষ্ঠিত হোৱা এখন সংবাদ
Read More...

ধেমাজিৰ জীয়াধল নদীত ভয়ংকৰ দুৰ্ঘটনাঃ তিনিগৰকী লোক সন্ধানহীন, ৭ গৰাকীৰ কোনোমতে প্ৰাণ ৰক্ষা

ধেমাজি জিলাৰ পাহাৰীয়া খৰস্ৰোতা নৈ জীয়াধল নদীত ভয়ংকৰ মেলেং দুৰ্ঘটনা সংঘটিত হৈছে ৷ ঘটনাৰ বিৱৰণী মতে জীয়াধল আদীকলীয়া গাঁৱৰ ৮ গৰাকীলোক ৫ দিনৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ পাহাৰত বাঁহ আৰু কাঠ কাটিবলৈ গৈছিল ৷ আজি দুপৰীয়া বাঁহৰ দুখন মেলেঙত কাঠৰ লগতে
Read More...