Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত শগুণ দিৱস পালন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত যোৱা ২ অক্টোবৰৰ পৰা উদযাপিত হোৱা ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি আজিৰ দিনটো শগুণ দিৱস হিচাবে পালন কৰা হয় ৷ এই উপলক্ষে ৰাজ্যৰ অগ্ৰণী প্ৰকৃতি সংগঠন আৰণ্যকৰ সৌজন্যত ৰাষ্ট্ৰীয় উদ্যান
Read More...

উত্তৰ প্ৰদেশৰ সীতাপুৰৰ অতিথিশালাৰ মজিয়া ঝাড়ু দিয়ে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক সীতাপুৰৰ অতিথিশালাৰ মজিয়াত ঝাড়ু দিয়া দেখা গৈছিল য'ত তেওঁক আটক কৰাৰ পিছত ৰখা হৈছিল।য'ত তেওঁক উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীলৈ যাওঁতে আটক কৰাৰ পিছত ৰখা হৈছিল।প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছ নেতাৰ এটা দলক সোমবাৰে
Read More...

কংগ্ৰেছৰ বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক নিলম্বন

অৱশেষত শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা নিলম্বন।শ্বহীদক অপমান কৰা শ্বেৰমান আলীক গ্ৰেপ্তাৰ আৰক্ষীৰ । উল্লেখযোগ্য যে,বিধায়ক শ্বেৰমান আলীয়ে শ্বহীদক লৈ কৰিছিল বিতৰ্কিত মন্তব্য। অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দিছিল বিধায়কজনে।
Read More...

গৰুখুতি প্ৰকল্প পৰিদৰ্শন সদৌ অসম উন্নয়ন পৰিষদৰ

পদ্ধতিগত ভাবে এটা নিৰ্দিষ্ট পৰ্য্যায়ত উপনীত হৈছে গৰুখুতি কৃষি প্ৰকল্প।সৌ সিদিনালৈ বেদখল কাৰী ৰ কৱলত থকা ৬৪৬ বিঘা মাটিত এতিয়া সপোনৰ গজালি মেলিছে অধ্যক্ষ পদ্ম হাজৰিকাৰ নেতৃত্বত। তিল আৰু মাহ জাতীয় শস্য সিচা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে।
Read More...

ছিপাঝাৰ ডিজিটেল মিডিয়া ফৰামৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন

নামখলা স্থিত সাহিত্য সভা ভৱনত ছিপাঝাৰ ডিজিটেল মিডিয়া ফৰামৰ এখন কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। নৱজ্যোতি শৰ্মাৰ আহবান মৰ্মে ছিপাঝাৰ ফৰামৰ সভাপতি জেষ্ঠ সাংৱাদিক কণ আলী হাজৰিকাৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয়। সভাখনত ভবিষ্যত কাৰ্য্যপন্থা
Read More...

বিধায়ক আৰু জিলা প্ৰশাসনৰ উপস্থিতিত বাসুগাওঁৰ দুৰ্গাপূজা পৰ্যালোচনা সভা

 নামনি অসমৰ দূৰ্গাপূজাৰ ক্ষেত্ৰত চিৰাং জিলাৰ বাসুগাঁও অন্যতম। য'ত শতবৰ্ষ পূৰ্ণ কৰা পূজা সমিতিৰ পৰা আৰম্ভ কৰি দুবাৰকৈ ৰাজ্যিক পৰ্যায়ত পুৰস্কাৰ প্ৰাপ্ত পূজা সমিতিয়ে বাসুগাঁওৰ দূৰ্গাপূজালৈ ভক্তৰ আকৰ্ষণ বৃদ্ধি কৰি আহিছে। তাৰ বাবেই বাসুগাঁওৰ
Read More...

বৰনৰ্দ্দীত সুশীলভূষণ শৰ্মাৰ ‘ধৰ্ম আৰু অৰ্থ’ শীৰ্ষক গ্ৰন্থ উন্মোচন

“ প্ৰকৃত ধাৰ্মীক লোকে কোনো কালে অৰ্থৰ পিছত দৌৰি নুফুৰে ৷ অৰ্থ মানুহক লাগে, কিন্তু প্ৰয়োজনতকৈ অধিক অৰ্থৰ কি প্ৰয়োজন ৷ জ্ঞান , ধৰ্ম একফাল আৰু অৰ্থ একফাল ৷ আমাক অৰ্থ আৰু ধৰ্ম দুয়োটাৰে প্ৰয়োজন ৷ প্ৰকৃত ধাৰ্মিকৰ মনত অৰ্থৰ কোনো মূল্য নাই ”৷
Read More...

চামতাত কবি গণেশ বৰ্মনৰ কাব্যগ্ৰন্থ “গান্ধাৰী জোনাক” উন্মোচন

 “ কবিতা হ’ল মনৰ ভাৱ ৰূপক, ব্যঞ্জনাৰে প্ৰকাশ কৰা এক কাব্যালাপ ৷ সকলো মানুহে কবিতা লিখিব নোৱাৰে ৷ যি সকলে কবিতা লিখে বা ৰচনা কৰে তেওলোকে নিজে লিখা মনৰ ভাব কবিতা হৈছেনে হোৱা নাই তাকলৈ বেছি চিন্তিত হব নেলাগে ৷ কবিয়ে কেতিয়াও হীনমান্যতাত ভোগা
Read More...

কেন্দ্ৰীয় স্বহীদ পৰিয়াল সন্থাৰ উদ্যোগত সংবাদমেল

বিটিআৰ বড়োভূমিত অস্ত্ৰধাৰী সংগঠনৰ উদ্ভৱ হোৱা, আত্মসমৰ্পণ কৰা, বৰ্তমান সময়ত প্ৰতিযোগিতাৰ দৰে হৈ পৰিছে!সেয়েহে সঘনে হত্যাকাণ্ড  ইনকাউন্টাৰ অপৰাধজনিত সংঘৰ্ষ, আৰু নিৰ্দুষী লোকক আৰক্ষীয়ে হত্যা কৰা ঘটনা সন্দৰ্ভত আজি কেন্দ্ৰীয় শ্বহীদ পৰিয়াল
Read More...

মাজবাটত ঘৰ নম্বৰ দিয়াৰ নামত ১০০ টকাকৈ ধন সংগ্ৰহ

কেইবাদিন ধৰি সমগ্ৰ মাজবাট বিধানসভা সমষ্টিৰ গাঁও অঞ্চল সমূহত প্ৰৱেশ কৰি ঘৰ নম্বৰ দিয়াৰ নামত ১০০ টকাকৈ সংগ্ৰহ কৰাৰ ঘটনাই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক শলঠেকত পেলৈছিল । চাৰিফালে ইয়াক লৈ ব্যাপক চৰ্চা হোৱাত কেইবাটাও বাতৰি কাকতেই এই
Read More...