Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

খাগ্ৰাবাৰী আঞ্চলিক এবছুৰ উদ্যোগত ২৭ তম মাৰ্টেয়াৰ্চ ফুটবল টুৰ্নামেন্ট

ওদালগুৰি জিলা খাগ্ৰাবাৰী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত ২৭ তম মাৰ্টেয়াৰ্চ ফুটবল টুৰ্নামেন্ট। উল্লেখ্য যে খাগ্ৰাবাৰী অঞ্চলত শ্বহীদ হোৱা ১২ জনকৈ মহান ব্যক্তিৰ স্মিতিৰ সোৱৰণত বিগত ২৬ বছৰে খাগ্ৰাবাৰী আঞ্চলিক এবছুয়ে
Read More...

নিমপুলি জী নুঠাত উচুপিল ডিমৌৰ প্ৰকৃতিপ্ৰেমী

 বৃক্ষ, পৰিৱেশ, প্ৰকৃতিৰ সৈতে গভীৰভাৱে আত্মীয়তা গঢ় লৈ উঠা এক আৱেগিক পৰিৱেশৰ সাক্ষী হৈ ৰ'ল হাতীবৰুৱা দেওশাল। শিৱসাগৰৰ জিলাৰ পাটসাঁকো দেওধাই আখৈয়া হাতীবৰুৱা দেওশালত স্থানীয় প্ৰকৃতিপ্ৰেমী আৰু যোৰহাটৰ পৰা যোৱা নিমপুলি প্ৰাকৃতিক সংস্থাৰ
Read More...

বঙাইগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ আক্ৰাছুৰ দশম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন

 সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দশম দ্বি- বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত অনুষ্ঠিত হৈছে ৷ সদৌ বঙাইগাঁও জিলা আক্ৰাছুৰ উদ্যোগত আৰু বঙাইগাঁও আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত অধিৱেশন উপলক্ষে পুৱাৰ ভাগত
Read More...

টীয়কত আৰক্ষীৰ জালত দুধর্ষ ডকাইত বাবুল লাহন

 অৱশেষত আৰক্ষীৰ জালত পৰিল বিভিন্ন ঠাইত ডকাইতিৰে সন্তাহ সৃষ্টি কৰা দুধর্ষ ডকাইত বাবুল লাহন। শনিবাৰে নিশা টীয়ক আৰু লাহদৈগড় আৰক্ষীয়ে নিশা অভিযান চলাই আটক কৰে বাবুলক ।আৰক্ষীয়ে বাবুলৰ লগতে এজন সহযোগী প্ৰভাত  গগৈক আটক কৰিবলৈ সক্ষম হয়।
Read More...

অসম আন্দোলনৰ শ্বহীদক অপমান কৰাৰ অধিকাৰ কাৰো নাই: তপন কুমাৰ গগৈ

কংগ্ৰেছী বিধায়ক শ্বেৰমান আলি প্ৰসংগত সৰৱ হৈ উঠিছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰাক্তন ছাত্ৰনেতা তপন কুমাৰ গগৈ। বিধায়ক শ্বেৰমান আলিয়ে শ্বহীদক ঘাটক আখ্যা দি গ্ৰেপ্তাৰ হোৱা কাৰ্যক আদৰণি জনাইছে সাংসদ তপন কুমাৰ গগৈয়ে। সোণাৰিত আজি দলীয়
Read More...

কাকপথাৰত সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত ‘গান্ধী জয়ন্তী’ পালন

অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰত সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ, কাকপাথৰ আঞ্চলিক সমিতিৰ উদ্যোগত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্ম দিনৰ লগত সংগতি ৰাখি নামঘৰ তথা ধৰ্মীয় অনুষ্ঠান পৰিষ্কাৰকৰণ আৰু ফলমূলৰ গছপুলি
Read More...

ৰঙিয়াৰ কোঠৰাত বিনামূলীয়া স্বাস্থ্য শিবিৰ

ৰঙিয়াৰ সামাজিক,সাংস্কৃতিক অনুষ্ঠান সঙ্গীত গ্ৰুপ অৱ ক্ৰিয়েচন আৰু প্ৰয়াত ৰমেশ চন্দ্ৰ ভাগৱতী স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত কোঠোৰা উচ্চ মাধ্যমিক বিদ্যালয়ত   এখন বিনামূলীয়া হোমেওপেথিক চিকিৎসা শিবিৰ অনুস্থিত হয়। বিশিষ্ট পৰিচালক পঙ্কজ পল্লৱ
Read More...

গোগামুখ ৰামধেনু সংঘৰ উদ্যোগত গান্ধী জয়ন্তী উদ্‌যাপন

ধেমাজি জিলাৰ গোগামুখৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ৰামধেনু সংঘৰ উদ্যোগত সমগ্ৰ দেশৰ লগতে গোগামুখতে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তী কালি উদ্‌যাপন কৰা হয় ৷ গোগামুখ-গেৰুকামুখ পথস্হিত অংকিত মটৰ্চত উদ্‌যাপন কৰা উক্ত গান্ধী জয়ন্তীত
Read More...

মৰিগাঁৱৰ শ’লমাৰিত জিলা কৃষি বিজ্ঞান কেন্দ্রৰ দ্বাৰা পশুধনৰ চিকিৎসা শিবিৰ

মৰিগাঁও জিলাৰ শ'লমাৰী দুদ্ধ উৎপাদক সমবায় সমিতিৰ গো পালক সকলক লৈ মৰিগাও জিলা কৃষি বিজ্ঞান কেন্দ্ৰই যোৱা ১ অক্টোবৰত শ'লমাৰীত এক চিকিৎসা শিবিৰ অনুস্হিত কৰে । ইয়াত মৰিগাও ৰাজ্যিক পশু চিকিৎসালয়েও সহযোগ কৰে ।
Read More...

লাহৰীঘাটৰ দুই যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ

যিটো সময়ত মবাইলৰ দ্বাৰা চাইবাৰ ক্ৰাইম কৰি বিভিন্ন যুৱকে অপৰাধ কৰি আছে সেই সময়তে মৰিগাঁৱৰ লাহৰীঘাটৰ দুই ভাতৃয়ে নিজস্ব প্ৰচেষ্টাত তৈয়াৰ কৰি উলিয়ালে এটা বাণিজ্যিক মবাইল এপ, যাৰ নাম Makeover Contact App. এই এপৰ জৰিয়তে নৱ প্ৰজন্মৰ যুৱক
Read More...