মুখ্য-পৃষ্ঠা

নগাঁও মহাবিদ্যালয়লৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতি, এতিয়াৰে পৰা অট’নমাছ কলেজ হিচাপে পৰিচিত হ’ব নগাঁও মহাবিদ্যালয়

নগাঁও, ২২ডিচেম্বৰ : মধ্যঅসমৰ উচ্চশিক্ষাৰ একমাত্ৰ প্ৰতিষ্ঠান হিচাপে পৰিচিত ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে অট'নমাছ কলেজৰ স্বীকৃতি প্ৰদান কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰথমখন...

আইএছবিটিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

আইএছবিটিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে । গড়চুক আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জব্দ হৈছে ড্ৰাগছখিনি । ড্ৰাগছসহ আটক ছাহাবুদ্দিন কাজী । ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায়...

জানুৱাৰী-ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় চিবিএছই ব’ৰ্ডৰ পৰীক্ষা

জানুৱাৰী-ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় চিবিএছই ব’ৰ্ডৰ পৰীক্ষা । ক'ভিড পৰিৱেশৰ বাবে এই সিদ্ধান্ত  । পৰৱৰ্তী সময়ত দিন আৰু পৰীক্ষাৰসূচী ঘোষণা কৰা হ’ব  । দশম আৰু...

লণ্ডনৰপৰা ভাৰতলৈ বিমানত অহা ৮ জন যাত্ৰী ক’ভিড পজিটিভ চিনাক্ত

সোমবাৰে নিশা দুখন পৃথক বিমানেৰে লণ্ডনৰপৰা ভাৰতলৈ অহা ৮জন যাত্ৰী ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে৷ আনহাতে আজি পুৱা দিল্লীত অৱতৰণ কৰা ব্ৰিটিছ এয়াৰৱেজ বিমানৰ যাত্ৰীসকলৰ...

আজি সোণোৱাল চৰকাৰৰ মন্ত্ৰীগোটৰ বৈঠকৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আজি অনুষ্ঠিত হয় সোণোৱাল চৰকাৰৰ মন্ত্ৰীগোটৰ বৈঠক। বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । বৈঠকত বড়ো ভাষাক চৰকাৰী সহযোগী ভাষাৰূপে স্বীকৃতি দিয়া হয় । এতিয়াৰে পৰা সহযোগী...

Popular