মুখ্য-পৃষ্ঠা

নগাঁৱৰ কভিড আক্ৰান্ত মহিলাৰ মৃত্যু: স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আত্মীয়ই

নগাঁও চহৰৰ মিলনপুৰৰ কভিড আক্ৰান্ত সুনীতি শইকীয়া বৰা নামৰ এগৰাকী মহিলাই মৃত্যুক সাৱতি লোৱাৰ পিচতে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সোচ্ছাৰহৈ পৰিছে মহিলা গৰাকীৰ আত্মীয়।উল্লেখযোগ্য...

হোজাই ৰামপুৰত ভয়ংকৰ অগ্নিকাণ্ড৷

হোজাই ৰামপুৰত ভয়ংকৰ অগ্নিকাণ্ড৷ অগ্নিকাণ্ডত জাহ যায় ৰাম কুমাৰৰ ঘৰত থকা এটি খেৰৰ মেজি। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰাত ভয়ংকৰ দূৰ্ঘটনাৰ পৰা...

হোজাইত চহৰত ধূলিসাত্ কোভিড প্রটকল।

দহ হাজাৰৰো অধিক লোক গোট খালে হোজাই নিউ ক'লনিৰ আকবৰ নামৰ লোক জনৰ গৃহৰ সন্মুখত। ৰমজান মাহৰ জাকাত দিয়াৰ নামত বিভিন্ন ঠাইৰ পৰা মাতিছিল লোকসকলক। জাকাত...

ইটাখোলাত তিনি গৰাকী লোকৰ দেহত covid_19

বিশ্বনাথ জিলাৰ অন্তৰ্গত ১ন‌‌‌‌‌ং ইটাখোলাত তিনি গৰাকীকৈ লোকৰ দেহত মহামাৰী কৰোণাৰ আক্ৰান্ত হোৱাৰ খবৰে এক আত‌‌ঙকময় পৰিবেশৰ সৃষ্টি হৈছে সমগ্ৰ ইটাখোলা অনচলত। যোৱা কালি...

কন্ঠশিল্পী ভিতালী দাসলৈ ‘বিৰিণা গোষ্ঠী অসম’ ৰ শ্ৰদ্ধাঞ্জলি

ৰাজ্য তথা দেশত কৰোনাৰ দ্বিতীয় ঢৌৱে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে বুধবাৰে বিয়লি কৰোনাত আক্ৰান্ত হৈ অকালতে প্ৰাণ হেৰুৱালে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী ভিতালী দাসে...

Popular