মুখ্য-পৃষ্ঠা

বিজেপিলৈ বিধায়িকা অজন্তা নেওগ !

মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হিমন্তৰে সৈতে আলোচনা   গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে ! ২৬ ডিচেম্বৰত বিজেপিত যোগ দিব পাৰে বিধায়িকাগৰাকীয়ে । বৃহস্পতিবাৰে সন্ধিয়া কংগ্ৰেছ বিধায়িকাগৰাকীয়ে মুখ্যমন্ত্ৰী...

২৬ ডিচেম্বৰৰ পূৰ্বে অখিল গগৈৰ জামিন আবেদনৰ শুনানিৰ ৰায় প্ৰদান কৰিব উচ্চ ন্যায়ালয়ে

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰণা আৰু অজিত বৰঠাকুৰে অখিল গগৈৰ জামিন আবেদনৰ শুনানি সমাপ্ত কৰি ৰায়দান সংৰক্ষিত কৰি ৰাখে । শুনানিৰ...

2021 বৰ্ষৰ মাৰ্চত কটন বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ

অহা মাৰ্চ মাহৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহত কটন বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হ'ব। ২০১৭ৰ পৰা ২০১৯ বৰ্ষৰ সময়ছোৱাৰ ভিতৰত স্নাতক, স্নাতকোত্তৰ আৰু ডিপ্ল'মা উত্তীৰ্ণ...

PSV-C50 যোগাযোগ উপগ্ৰহ CMS-01 ৰ সৈতে সফলতাৰে উৎক্ষেপণ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৱে আজি PSLV-C50 ৰকেটৰ সহায়ত CMS-01 নামৰ যোগাযোগ উপগ্ৰহটো চেন্নাইৰ ওচৰৰ শ্ৰীহৰিকোটা স্পেচ চেন্টাৰৰ পৰা সফলতাৰে উৎক্ষেপণ কৰিবলৈ সক্ষম হয়...

লুৰিণজ্যোতি গগৈক অসম জাতীয় পৰিষদৰ সভাপতি হিচাপে দ্বায়িত্ব অৰ্পন

আজি সামৰণি পৰে শিৱসাগৰত দুদিনীয়াকৈ আনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তন। শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰত অনুষ্ঠিত এই অভিৱৰ্তনতে আছুৰ সদ্য বিদায়ী সাধাৰণ...

Popular