মুখ্য-পৃষ্ঠা

দীপাৱলী উপলক্ষে বৃদ্ধি পাইছে মাটিৰ চাকিৰ চাহিদা

দৈনন্দিন বাৰ্তাৰ সেৱা, গেলেকী, ১১ নৱেম্বৰঃ নাজিৰা মহকুমা অন্তৰ্গত নগৰকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত বৃদ্ধি পাইছে মাটিৰ চাকিৰ চাহিদা। ৰাজ্যৰ চৌদিশে এতিয়া দীপাৱলীক লৈ...

দীপাৱলীৰ সময়ত শিৱসাগৰত তীৰ খেল, মেলা-মুকলি চিনেমা প্ৰদৰ্শন নিষিদ্ধ

দৈনন্দিন বাৰ্তাৰ সেৱা, মেছাগড়, ১১ নৱেম্বৰঃ শিৱসাগৰ জিলাৰ জিলা দণ্ডাধীশ লক্ষীনন্দন গগৈয়ে কৰা এক আদেশমৰ্মে জনসাধাৰণৰ স্বাস্থ্য, নিৰাপত্তা আৰু ক'ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ স্বাৰ্থত...

চৰাইদেউ জিলা ভজো-কাকতীবাৰী-ৰাজগড় সংযোগী গড়কাপ্টানী পথৰ বিধ্বস্ত ৰূপ, ছাত্র সন্থাই আজিৰে পৰা অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰিলে পথ

দৈনন্দিন বাৰ্তাৰ সেৱা, মাহমৰা, ১১ নৱেম্বৰঃ উজনি অসমৰ ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ গড়কাপ্টানী বিভাগৰ অতি গুৰুত্বপূৰ্ণ জিলাখনৰ ভজো-কাকতীবাৰী-ৰাজগড় সংযোগী গড়কাপ্টানী পথছোৱাত শেহতীয়াকৈ নিতৌ বুজন পৰিমাণৰ...

সাংবাদিক অৰ্ণৱ গোস্বামীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক অনুৰোধ সোণোৱালৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১১ নৱেম্বৰঃ আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জীৱনলৈ সংশয় আহিছে। জীৱনলৈ সংশয়...

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৯৩৮৮ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১১ নৱেম্বৰঃ  অসমত পুনৰ ২৭১ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৯৩৮৮ জনলৈ বৃদ্ধি। আনহাতে...

Popular