মুখ্য-পৃষ্ঠা

হোজাই জিলা পৰিষদৰ সন্মুখত ধৰ্ণা দিব শিলাদিত্য দেৱে।

লংকা : এইবাৰ পুনৰ সৰৱ হৈছে হোজাইৰ বিধায়ক শিলাদিত্য দেৱ । গুৱাহাটী সেই বিশেষ ৰাজ‌্যিক নেতা গৰাকীৰ বিৰুদ্ধে এইবাৰ ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ দিলে...

জৰাজীৰ্ণ বাঁহৰ দলঙে জীয়াতু ভোগাইছে গঞা ৰাইজক : ফুচকৰামুখত পকী দলং নিৰ্মাণৰ দাবী মন্ত্ৰী নৱ দলেক । অন্যথা অহা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ।

ঢকুৱাখনা : দেশে স্বাধীনতা লাভ কৰাৰ ৭৩ টা বছৰ অতিক্ৰম কৰাৰ পিছততো ঢকুৱাখনা বিধান সভা সমষ্টিৰ অন্তৰ্গত মৰনৈ গাঁও পঞ্চায়তৰ বাটচ'ৰা শিৱ মন্দিৰ তিনিআলিৰ...

ৰেঙনি চেনেলৰ বেগমজান চিৰিয়েলক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। গনেশৰ মূৰ্ত্তি আৰু ব্ৰাহ্মিণ ছোৱালীৰ মুছলমানৰ সৈতে বিবাহক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া।

মঙ্গলদৈ : অসমৰ মনোৰঞ্জন ধৰ্মী চেনেল ৰেঙনিত যোৱা কালিৰে পৰা প্ৰচাৰিত বেগমজান নামৰ নামৰ চিৰিয়েল খনক লৈ লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ হিন্দু ধৰ্মৰ...

ছাত্ৰ নেতা ভাৰত নাথৰ ইতিবাচক চিন্তা ৷ জামুগুৰিহাটত চেলুন ব্যৱসায়ৰে আত্ম সংস্থাপনৰ প্ৰচেষ্টা ৷

জামুগুৰিহাট : মহামাৰী কৰ’নাৰ এই সংকটকালত বহুলোক কৰ্মসংস্থাপনহীন হৈ পৰাৰ সময়তে জাতীয়তাবাদী সত্ত্বাৰে উৎসাহিত জামুগুৰিহাটৰ এজন যুৱক হৈ পৰিছে সকলোৰে আদৰ্শ৷যুৱকজনে আদৰি লোৱা কৰ্মটিক...

ৰাজেন গোঁহাইক প্ৰত্যুত্তৰ ৰূপক শৰ্মাৰ : দুৰ্যোগৰ সময়ত আমি খোৱাকামোৰাৰ ৰাজনীতি নকৰো ।

নগাঁও : বিগত কেইদিনমান ধৰি সংবাদ মাধ্যমত নগাঁও সদৰ সমষ্টি অথবা বঢ়মপুৰত দলীয় টিকট লাভ কৰিলে বিধানসভা নিৰ্বাচন খেলিবলৈ সাজু থকা বুলি উল্লেখ কৰি...

Popular