মুখ্য-পৃষ্ঠা

খুড়ীয়েকৰ কাতৰ অনুৰোধৰ প্ৰতি সঁহাৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

দৈনন্দিন বাৰ্তা: তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ হাঁহখাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত মূলুক গাঁৱত একমাত্ৰ পুত্ৰৰ সৈতে ভগা পঁজাত বাস কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ...

ধনশিৰিত ভাৰতৰ অন্যতম স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ ৭৭ তম মৃত্যু বাৰ্ষিকী উদযাপন । অসাৰ প্ৰতিপন্ন হ’ল শ্বহীদ জনাৰ নামত উদ্যান স্হাপনৰ মুখ্যমন্ত্ৰীৰ...

দৈনন্দিন বাৰ্তা: ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেনানী শ্বহীদ  কুশল কোঁৱৰৰ ৭৭ তম মৃত্যু  দিৱসটি তেখেতৰ কৰ্মস্হলী  ধনশিৰি মহকুমাৰ সৰুপথাৰতো ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত  অনুষ্ঠিত কৰা হয়৷  পুৱা ন বজাত সৰুপথাৰ ৰাজহুৱা...

নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়লৈ সফলতা আনিলে নাউজিচে ।

দৈনন্দিন বাৰ্তা : নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ নাউজিচ চাৰমি খানে ৮৩.৫% নম্বৰ লাভ কৰি বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই...

ডাক্তৰৰ কথা : ডাক্তৰ শোৱা নাই, অনিঃশেষ কৃতজ্ঞতা ।

 ✍ ৰাজীৱ কমল শইকীয়া অনুজীৱৰ ত্ৰাসৰ এই সময়ছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী, বেচৰকাৰী হাস্পতালৰ অনেক চিকিৎসক তথা চিকিৎসা কৰ্মীও কৰ'ণাত আক্ৰান্ত হৈছে। বৰ্তমান মানৱ জাতিৰ...

গহপুৰ নিগমৰ দৰিদ্ৰ ৰোগীয়া আইতাক সহায়ৰ হাত বিশ্বনাথ জিলা পৰিষদৰ সভানেত্রী লাৱণ্য চাৰিঙীয়াই ।

দৈনন্দিন বাৰ্তা : সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পিছতেই গহপুৰ নিগমৰ দৰিদ্ৰ ৰোগীয়া আইতাক সহায়ৰ হাত বিশ্বনাথ জিলা পৰিষদৰ সভানেত্রী লাৱণ্য চাৰিঙীয়াই। গহপুৰ নিগমৰ পাৰ্বতী নাথ...

Popular