মুখ্য-পৃষ্ঠা

তিনিচুকীয়া কাকপথাৰৰ টঙনাত এজন কৰ’ণাত আক্ৰান্ত

ডিৰাক সীমান্ত:  তিনিচুকীয়া জিলাৰ টঙনা চাহ বাগিছাত এজন কভিড ১৯ ত আক্ৰান্ত লোক ধৰা পৰিছে ৷ লোকজন টঙনা চাহ বাগিছাৰ বিলাশপুৰ লাইনৰ ৰমেশ বাক্সী ৷...

বিদ্যুৎ খণ্ড ব্যক্তিগত কৰণৰ বিৰুদ্ধে নাজিৰাত আসাম ষ্টেট পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ প্ৰতিবাদ

নাজিৰা : বিদ্যুৎ খণ্ড ব্যক্তিগত কৰণৰ বিৰুদ্ধে নাজিৰাৰ গড়গাঁ‌ৱত অৱস্থিত বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্য্যালয়ত দেশত চলি থকা লকডাউনৰ মাজতে আজি  সামাজিক দূৰত্ব বৰ্তাই প্ৰতিবাদ সাব্যস্ত কৰে...

দেৱাশীষ হত্যাক লৈ সৰৱ শিৱসাগৰ আটাছু : ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি দোষীক দৃষ্টান্ত মূলক শাস্তিৰ দাবী ।

নাজিৰাঃ যোৱা ২৯ মেত যোৰহাট জিলাৰ  ন-কছাৰী গাভৰু চাহ বাগিচাত দেৱাশীষ গগৈ নামৰ কলেজীয়া ছাত্র জনক এটা সাধাৰণ দূৰ্ঘটনাক কেন্দ্ৰ কৰি এদল উন্মত্ত লোকে দলৱদ্ধ...

লক ডাউন – ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰান্ধনী হলগৈ পদ পথৰ ৰান্ধনী । মুকালমুৱাৰ মনোজ মেধিয়ে পদ পথত দিলে চাহৰ দোকান।

মুকালমুৱা কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে চৰকাৰে ঘোষণা কৰা দীঘলীয়া  লকডাউনৰ বাবে বহু লোকৰ জীৱন নিৰ্বাহৰ প্ৰক্ৰিয়া যেন সলনি হৈ গৈছে। নিজৰ...

দিল্লী,চেন্নাই,গোৱা,শিলুগুৰি,মহাৰাষ্ট্ৰ,তেলেংগানা আদি বৰ্হিৰাজ্যৰ পৰা অহা ৩৭৬ গৰাকী ব্যক্তি ওৰাং মাজবাট,ৰৌতাৰ কোৱাৰেনটাইন কেন্দ্ৰত ।

ওদালগুৰি  পৰা নব কুমাৰ ডেকাঃ ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ  অন্তৰ্গত মাজবাট মহাবিদ্যালয় শিৱিৰত ৯৮ জন ,  মাজবাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ৫ জন,ৰৌতা আৰক্ষী থানাৰ...

Popular