Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

চিৰাঙৰ বান আৰু গৰাখহনীয়া মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

অসমৰ জলসম্পদ, তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লিখন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিজনীত আই নদীৰ বানপানীৰ ফলত  ২নং খুজৰাৱগুৰীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা নিৰ্মিতক্ষতিগ্ৰস্থ মথাউৰি পৰিদৰ্শন কৰি আজিৰ পৰাই মথাউৰিৰ মেৰামতি কৰিবলৈ
Read More...

ৰঙিয়াত সদৌ অসম কবি মঞ্চৰ দ্বাৰা প্ৰকাশিত ‘প্ৰজ্ঞাৰ সন্ধানত’ ই-আলোচনী মুকলি

স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত সদৌ অসম কবি মঞ্চৰ অন্যতম প্ৰয়াস "প্ৰজ্ঞাৰ সন্ধানত" ই-আলোচনীখনৰ প্ৰথম বছৰ দ্বিতীয় সংখ্যা এক সংবাদমেল যোগে মুকলি কৰা হয়। উক্ত সংবাদমেলত উপস্থিত থাকে সদৌ অসম কবি মঞ্চৰ উপদেষ্টা তথা বিশিষ্ট সাংবাদিক প্ৰকাশ ডেকা,
Read More...

নদী বান্ধ নিৰ্মাণত ব্যাপক দুৰ্নীতি

মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভকতপাৰা গাঁ‌ৱৰ এটা দীৰ্ঘদিনীয়া সমস্যা।যিতো সমস্যাই আজি ৩৫ টা বছৰে ভকতপাৰা গাঁ‌ৱবাসীক জলাকলা খোৱাই আহিছে।কিন্তু অপ্ৰাণ প্ৰচেষ্টাৰ ফলতো দৰং আৰু ওদালগুৰী জিলাৰ সীমান্তৱৰ্তী  ভকতপাৰা গাঁ‌ৱৰ ৰাইজক এই সমস্যাই লগ
Read More...

খৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত দিগদর্শন আৰু ব্যক্তিত্ব বিকাশ অনুষ্ঠান

ওদালগুৰি জিলাৰ অন্তৰ্গত খৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা আৰু উপদেশ দিয়াৰ উদ্দেশ্যৰে খৈৰাবাৰী আঞ্চলিকৰ অন্তৰ্গত চাবুকধৰা গাঁ‌ৱত "দিগদৰ্শন
Read More...

bREAKING ৰাজ্যত জাৰি ক’ভিডৰ নতুন এছ অ’ পি: স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে…

◆ ৰাজ্যজুৰি আৰু এঘণ্টা শিথিল হ'ব নৈশ সান্ধ্য আইন।◆ সকলো জিলাতে নিশা ৭.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন।◆ সন্ধিয়া ৬.০০ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী
Read More...

আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ উনবিংশতম মৃত্যু দিৱস পালন

প্ৰতি বৰ্ষৰ দৰে এইবেলিওঁ আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত অসমীয়া সাপ্তাহিক কাকত অমৃত প্ৰবাহ আৰু অমৃত নিউজৰ সহযোগত আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ উনবিংশতম মৃত্যু দিৱস বিভিন্ন কাৰ্যসুচীৰে কটন এলুমিনি প্ৰেক্ষাগৃহত পালন কৰা
Read More...

অলিম্পিক শিখা দৌৰত অংশগ্ৰহণ কৰা পিঙ্কি কৰ্মকাৰৰ নিযুক্তি পত্ৰ লাভ

লণ্ডন অলিম্পিকত শিখা দৌৰত অংশ গ্ৰহন কৰা ডিব্ৰুগড়ত পিংকী কৰ্মকাৰলৈ ৰাজ্য চৰকাৰ নিযুক্তি প্ৰত্র। দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস দিনাই ৰাজ্যিক মন্ত্ৰী সঞ্জয় কৃষাণে প্ৰদান কৰিলে নিযুক্তি প্রত্ৰ। ২০১২ বৰ্ষত লণ্ডন অলিম্পিকত শিখা দৌৰত অংশ
Read More...

ডিমৌত উলহ মালহেৰে ৭৫ তম স্বাধীনতা দিৱস উদযাপন

ডিমৌত দেশৰ ৭৫ তম স্বাধীনতা দিৱস ডিমৌ ৰাজহ চক্ৰ বিষয়াৰ কায্যালয়ৰ উদ্যোগত আৰু ডিমৌবাসী ৰাইজৰ সহযোগত  দিনজোৰা কাৰ্যসূচীৰে  উদযাপন কৰা হয়। পুৱা ৭-৩০ বজাত ডিমৌ চৰকাৰী কায্যালয় অনুস্থান প্ৰতিস্থা নত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। ইয়াৰ
Read More...

৭৫ টাকৈ বন্তি প্ৰজ্জ্বলনৰ মাজেৰে ৭৫তম স্বাধীনতা দিৱস পালন ধুবুৰী সীমান্ত চেতনা মঞ্চৰ

এইবেলি স্বাধীনতা দিৱসৰ প্ৰাক্কালত ১৪ আগষ্টত(অখণ্ড ভাৰত সংকল্প দিৱস) আৰু ১৫ আগষ্টত স্বাধীনতা দিৱসৰ দিনা সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে ধুবুৰী জিলাত বিভিন্ন অনুষ্ঠান সুচাৰুৰূপে সম্পন্ন কৰে | 'অখণ্ড ভাৰত সংকল্প দিৱস'ৰ দিনা সংগঠনটোৱে ধুবুৰী
Read More...

উত্তপ্ত চুবুৰীয়া ৰাজ্য মেঘালয়: মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ব্যক্তিগত বাসগৃহত পেট্ৰ’ল বোমা নিক্ষেপ…

এজন প্ৰাক্তন বিদ্ৰোহী নেতাৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছে চুবুৰীয়া ৰাজ্য মেঘালয়। ৰাজ্যখনৰ কেইবাঠাইটো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত অৱশেষত ৰাজ্যখনত সান্ধ্য আইন বলবৎ কৰা হয়। কিন্তু সান্ধ্য আইন চলি থকাৰ মাজতে দেওবাৰে নিশা মেঘালয়ৰ
Read More...