Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

মাত্ৰ এটা নিশা কটাই পুৱাই ঘৰ এৰিলে লাভলীনাই সুদীৰ্ঘ এবছৰৰ পাছত পৰিয়ালৰ সৈতে লাভলীনাই তৃপ্তিৰে খালে…

▶️আপোন ঘৰখনত মাত্ৰ এটা নিশা কটাই আজি পুৱাই উত্তৰ প্ৰদেশলৈ ৰাওনা লাভলীনা বৰগোহাঁই। ▶️গুৱাহাটীৰ পৰা উত্তৰ প্ৰদেশৰ লক্ষ্ণৌলৈ বিমানযোগে যাব লাভলীনা। ▶️লক্ষ্ণৌত উত্তৰ প্ৰদেশ চৰকাৰৰ এক অনুষ্ঠানত ভাগ ল’ব লাভলীনাই। ▶️তাত লাভলীনাক প্ৰদান
Read More...

ৰঙিয়া উন্নয়ন খণ্ড কাৰ্যালয় চৌহদত পঞ্চায়ত সমূহৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ লক্ষ্যৰে বজাৰ গৃহ নিৰ্মাণ

ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া উন্নয়ন খণ্ডৰ চৌহদত পঞ্চদশ বিত্তীয় আয়োগৰ ২০২০-২১ বৰ্ষৰ(দ্বিতীয় কিস্তি) অনুদানৰ মুঠ ধাৰ্য পুঁজি ২৫,৩০,৪০০ টকাৰে ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ বিপনন কেন্দ্ৰটোৰ(বজাৰ গৃহ) নৱ নির্মাণ কাৰ্য্যৰ শুভাৰম্ভণি
Read More...

বিদ্যুতৰ সঘন কৰ্তন,অনিয়মিত যোগানৰ বিৰুদ্ধে সৰৱ ছাত্ৰ সন্থা

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানত অনিয়মীয়া বিদ্যুৎ যোগান তথা সঘন বিদ্যুৎ কৰ্তনে সৰ্বসাধাৰণ জনতাক অতিষ্ঠ কৰি তুলিছে । কোনো কাণসাৰ নাই বিয়াগোম বিভাগটোৰ। বিশেষকৈ চাবুৱা অঞ্চলত বিদ্যুতৰ এনে অনিয়মীয়া যোগানৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে
Read More...

কৃষি মন্ত্ৰী নৰেন্দ্ৰ তোমাৰে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ পুননিৰ্মাণ Gene Bank উদ্বোধন কৰে

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে সোমবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় উদ্ভিদ আনুবংশিক সম্পদ ব্যুৰো (এনবিপিজিআৰ)ত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ পুনৰ্নিৰ্মাণ কৰা অত্যাধুনিক ৰাষ্ট্ৰীয় জিন বেংক উদ্বোধন কৰে। এই উপলক্ষে
Read More...

‘মমতা বেনার্জীৰ দম আছে যদি অসমত আহি নির্বাচন খেলক’ : ভৱেশ কলিতা

‘মমতা বেনার্জীৰ দম আছে যদি অসমত আহি নির্বাচন খেলক আৰু মুখ্যমন্ত্রী হওক৷’ –এই প্রত্যাহ্বান বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত সভাপতি কলিতাই কয় যে অসমত মমতা বেনার্জীৰ দল কেতিয়াও সফল হ’ব নোৱাৰে৷ শেহতীয়াকৈ অখিল
Read More...

ভাৰতীয় অলিম্পিক দলক ৫৭ লাখ টকা উপহাৰ মোৰাৰি বাপুৰ

আধ্যাত্মিক গুৰু আৰু ৰামায়ণৰ প্ৰখ্যাত প্ৰতিবেদক শ্ৰী মোৰাৰী বাপুৱে ২২৮ জনীয়া ভাৰতীয় অলিম্পিক দললৈ সদিচ্ছাৰ অঙ্গীকাৰ হিচাপে ৫৭ লাখ টকা আগবঢ়ায় আৰু দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেওঁলোকৰ প্ৰচেষ্টাক সম্বৰ্ধনা জনায় ।দলটোত অন্তৰ্ভুক্ত ১২৭
Read More...

লাহৰীঘাট প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাক জিলা প্ৰশাসনৰ সম্বৰ্ধনা

সমগ্ৰ দেশৰ লগতে মৰিগাঁৱতো অনুষ্ঠিত হয় দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস।এই কাৰ্যসূচীতে মৰিগাঁও জিলা প্ৰশাসনে মুক্তি যুঁজাৰুৰ পৰিয়ালৰ লগতে জিলাখনৰ বিশিষ্ট সমাজ কৰ্মী,শিল্পী-সাহিত্যিক, সাংবাদিক,গো-পালক,প্ৰকৃতিপ্ৰেমী আদি বিশিষ্ট লোক সকলক
Read More...

চাপৰত জব্দ নিষিদ্ধ কফ চিৰাপ আৰু টেবলেট

চাৰি চকীয়া বাহন সহ বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ আৰু টেবলেট জব্দ । প্ৰথমতে পুঠিমাৰীত আটক দুই জনকৈ সৰবৰাহকাৰী । সৰবৰাহকাৰীৰ শিকাৰুকত্তী মতে পিছত হাতিপতাৰ গিয়াজ উদ্দিনৰ ফাৰ্মাছিত মুঠ ১১৫২৮ টা নিষিদ্ধ
Read More...

সীমান্ত চেতনা মঞ্চৰ ‘সীমান্ত সংকল্প যাত্ৰা’

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ১৫ আগষ্টত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত ভাৰত-ভূটান সীমান্তলৈ এক 'সীমান্ত সংকল্প যাত্ৰা' উলিওৱা হয়। গুৱাহাটীৰ জালুকবাৰীস্থিত লাচিত উদ্যানৰ পৰা আৰম্ভ কৰা সীমান্ত
Read More...

নাজিৰাত পতাকা উত্তোলন স্থলীত ঘোষণা হ’ল ধোদৰ আলিক ফ’ৰলেনলৈ উন্নীত কৰোৱাৰ চৰকাৰী পদক্ষেপ

এক বিশাল জনতাৰ উপস্থিতিৰ পৰিৱৰ্ত্তে মহকুমা প্ৰশাসনে ক'ভিড আচৰণ বিধি অনুসৰি আমন্ত্ৰণ জনোৱা সীমিত সংখ্যক আৰু ৰাইজৰ মাজৰপৰা হোৱা সীমিত সংখ্যক নাগৰিকৰ উপস্থিতিত ১৫ আগষ্টৰ পুৱা ৯ বজাত গান্ধী ময়দান সংলগ্ন নাজিৰা জিলা ক্ৰীড়া সন্থাৰ
Read More...