Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

বৰপেটাৰ ভেল্লাত বৃহত্তৰ ‘ভেল্লা প্ৰেছ ক্লাৱ’ গঠন

বৰপেটাৰ ভেল্লাত আজি বৃহস্পতিবাৰে গঠন হল বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱ।আজিজুল হকক সভাপতি, মৌচম নাজিমক সাধাৰণ সম্পাদক আৰু চাইজুৰ ৰহমানক সম্পাদক হিচাপে মনোনীত কৰি প্ৰায় ২১ জনীয়া সদস্যৰে গঠন হয় বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱ। বৰপেটাৰ ভেল্লা অঞ্চলৰ
Read More...

বিহামপুৰ পশুপালন কেন্দ্ৰ সম্পূর্ণ পশু চিকিৎসালয়লৈ উন্নতিকৰণৰ বাবে আছুৰ স্মাৰক পত্র প্রদান

পশ্চিম নলবাৰী অঞ্চলৰ ধর্মপুৰ সমষ্টিৰ বিহামপুৰত থকা পশু চিকিৎসা কেন্দ্ৰটোৰ দুৰৱস্হাই সম্প্ৰতি ৰাইজৰ চকু কপালত উঠিছে। ১৯৮৫ চনতে স্থাপিত হৈছিল উক্ত পশুচিকিৎসা কেন্দ্ৰটো ৷ পৰিতাপৰ বিষয় যে
Read More...

খাৰিজা বিজনীত এছ এছ বি (SSB)ৰ প্ৰশিক্ষণ শিবিৰ

বৰপেটাৰোডৰ সমীপৰ তথা বাক্সা জিলাৰ অন্তৰ্গত  ২০ নং মথনগুৰি সমষ্টিৰ উত্তৰ-খাৰিজা বিজনী  হাইস্কুলৰ প্ৰাংগণত আজি পুৱা ৯ বজাৰ পৰা তিনিদিনীয়াকৈ এছ এছ বিৰ ৫৪ নং বেটেলিয়নৰ উদ্যোগত কাহিতামা পথাৰত   বৃহত্তৰ  খাৰিজা বিজনী অঞ্চলৰ যুৱকযুৱতী সকলক
Read More...

কামত গাফিলতি কৰা বিষয়া-কৰ্মচাৰীক মন্ত্ৰী পীযুষ হাজৰীকাৰ অন্তিম সকীয়নি

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই আজি দুপৰীয়া গুৱাহাটীৰ চানমাৰীস্থিত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত আকস্মিকভাৱে উপস্থিত হৈ বিভাগীয় কাম কাজৰ পৰ্যালোচনা কৰাৰ লগতে বিষয়া-কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ উমান লয় | বানপানীৰ
Read More...

উচ্চতম ন্যায়ালয়ৰ মহিলাসকলক NDA পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অনুমতি

নেচনেল ডিফেন্স একাডেমী (NDA)ৰ প্রৱেশ পৰীক্ষাত মহিলাসকলেও অৱতীর্ণ হ’ব পাৰিব৷ আজি এক ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণৰ সময়ত উচ্চতম ন্যায়ালয়ে অন্তর্ৱর্তী ৰায়ত এই কথা ঘোষণা কৰিছে৷ লক্ষণীয়ভাৱে এন ডি এৰ প্রৱেশ পৰীক্ষাত মহিলাসকলক
Read More...

বাল্খ প্ৰদেশত তালিবানৰ বিৰুদ্ধে যুঁজ দিয়া মহিলা আফগান গভৰ্ণৰ চেলিমা মাজাৰীক গ্রেপ্তাৰ

তালিবানৰ তাণ্ডৱত যেতিয়া আফগানিস্তানত এজনৰ পিছত এজনকৈ ৰাজনৈতিক নেতাসকলে জীৱন ৰক্ষাৰ বাবে দেশ এৰি পলায়ন কৰিছিল, সেই সময়তে তালিবানৰ ৰঙা চকুক প্রত্যাহ্বান জনাই হাতত বন্দুক তুলি লৈছিল আফগানিস্তানৰ মহিলা গভৰ্ণৰ ছালিমা মাজাৰিয়ে৷ সেই ছালিমা
Read More...

মহৰম ২০২১: অসম চৰকাৰে শুক্ৰবাৰে আধা-বন্ধ ঘোষণা কৰে

অসম চৰকাৰে ১৯ আগষ্ট ২০২১ ৰ পৰিৱৰ্তে ২০ আগষ্ট, ২০২১ তাৰিখে 'মহৰম'ৰ বাবে আধা বন্ধ ঘোষণা কৰে।ভাৰত চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ কাৰ্যালয় স্মাৰকপত্ৰ আৰু এই সন্দৰ্ভত অসমৰ ৰাজ্যিক হিলাল
Read More...

গোলাঘাটত বীৰাঙ্গনা সতী সাধিনীৰ জীৱন-আকাৰৰ মূৰ্তি উন্মোচন

অসমৰ মুখ্যমন্ত্ৰী ড০ সিংহবিশ্ব শৰ্মাই বুধবাৰে গোলাঘাটৰ সতী সাধিনী কলাক্ষেত্ৰত বিৰঙ্গনা সতী সাধিনীৰ এটা আকাৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।তেওঁৰ টুইটাৰযোগে মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে, "গোলাঘাটৰ সতী সাধিনী কলাক্ষেত্ৰত বীৰাঙ্গনা সতী সাধিনীৰ এটা
Read More...

অসম আৰক্ষীয়ে জব্দ কৰে ৪কোটি টকাৰ অধিক মূল্যৰ ড্ৰাগছ

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ যুদ্ধ অব্যাহত। আন এক সফল অভিযানত, অসম আৰক্ষীয়ে যোৰাবাটত ড্ৰাগছৰ এটা আন্তঃৰাজ্যিক সামগ্ৰী আটক কৰে আৰু 4.5 কোটি টকাৰ অধিক মূল্যৰ 660 গ্ৰাম হেৰোইন জব্দ কৰে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ এই
Read More...

দীৰ্ঘ দিনৰ বিৰতিত কৃষ্ণ নাম আৰু হৰিনাম ধ্বনিৰে মুখৰিত সত্ৰনগৰী বৰপেটা

দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ ধৰ্মীয় অনুষ্ঠান, সত্ৰ, নামঘৰ, দ'ল-দেৱালয়সমুহৰ দুৱাৰ আজি আংশিকভাৱে মুকলি হৈ পৰিছে ৷ ক'ৰোণাক লৈ ৰাজ্য চৰকাৰে জাৰি কৰা নতুন SOP অনুসৰি আজিৰেপৰা আংশিকভাৱে মুকলি কৰা হৈছে বৰপেটা সত্ৰৰ কীৰ্তনঘৰৰ মুল দুৱাৰ ৷
Read More...