Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

সীতা (SITA)ৰ নতুন সহ-উপাধ্যক্ষ ৰমেন ডেকা

মঙ্গলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ শ্ৰী ৰমেন ডেকাৰ দিছপুৰৰ জনতা ভৱনত আজি অসমত ৰূপান্তৰ আয়োগ (সীতা) আৰু ৰাজ্যিক উদ্ভাৱন কাৰ্যালয়ৰ সহ-উপাধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ । অসম কেবিনেট মন্ত্ৰী পদবীত অসম চৰকাৰৰ অধিসূচনা 12 আগষ্ট, 2021
Read More...

অসম চৰকাৰৰ ডিজেল-পৰিচালিত চিটি বাছসমূহ বৈদ্যুতিক আৰু চিএনজি বাছৰ সৈতে সলনি

অসম চৰকাৰে গুৱাহাটীত ডিজেল চালিত চিটি বাছৰ সলনি বিদ্যুৎ(Electric) আৰু চিএনজি (CNG)ত পৰিচালিত কৰাৰ পৰিকল্পনা কৰিছে।সংবাদ মাধ্যমক অৱগত কৰি শুকুৰবাৰে গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী ড০ সিংহ বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। অসম কেবিনেটে শুকুৰবাৰে
Read More...

অলিম্পিয়ান লালৰেমচিয়ামীক হকীৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি অনুমোদন মিজোৰাম চৰকাৰৰ

মিজোৰাম চৰকাৰে টকিঅ' অলিম্পিয়ান লালৰেমচিয়ামীক হকীৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াত অনুমোদন জনায়।বৃহস্পতিবাৰে সন্ধিয়া মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গাই এই কথা ঘোষণা কৰে হকী তাৰকা লালৰেমচিয়ামী মিজোৰামৰ একমাত্ৰ খেলুৱৈ আছিল যিয়ে
Read More...

আজি মুখ্যমন্ত্রীয়ে উদ্বোধন কৰিব ৩খন পদসেতু

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে আজি ১০০ দিন সম্পূর্ণ কৰিব৷ এই এশ দিনীয়া কার্যকাল সম্পূর্ণ হোৱা উপলক্ষে চৰকাৰখনে কেইবাটাও কার্যসূচী গ্রহণ কৰিছে৷এই কার্যসূচীৰ অংশ হিচাপে মহানগৰীত নির্মাণ সম্পূর্ণ হোৱা তিনিখনকৈ পদসেতু
Read More...

ছিকিমত আইএলপি (ILP)ৰ দাবী ভাইচুং ভূটিয়াৰ

হামৰো ছিকিম পাৰ্টিৰ (এইচএছপি) মুৰব্বী ভাইচুং ভূটিয়াই ৰাজ্যখনৰ বাবে ইনাৰ লাইন পাৰ্মিটৰ (আইএলপি) দাবী জনায় । ৰাষ্ট্ৰীয় ফুটবল আইকন ভুটিয়াই কয় যে আন্তঃৰাষ্ট্ৰীয় সীমা থকা বেছিভাগ উত্তৰ-পূবৰ ৰাজ্যত আইএলপি আছে আৰু ছিকিমতো থাকিব লাগে।
Read More...

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ঠিকাদাৰৰ ব্যাপক গাফিলতি

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ঠিকাদাৰৰ ব্যাপক গাফিলুটিৰ ফলত আজি চাঁ‌ৰি বছৰৰ পিছতো সম্পূৰ্ণ নহ'ল  পূৰণিভেৰগাঁ‌ৱৰ পৰা নিছলামাৰীলৈ যোৱা গ্ৰাম্য পথছোৱা।উল্লেখ্য যে ওদালগুৰি জিলাৰ ওদালগুৰি গ্ৰাম্য পথ গড়কাপ্তানী সংমণ্ডলৰ অধিনস্ত,
Read More...

টীয়কৰ চটাইস্থিত বৰ্ষা অৰণ্য গৱেষণা প্ৰতিস্থানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতি বাৰে সমগ্ৰ দিনটোত যোৰহাটত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ অন্তত সন্ধিয়া কাৰ্যসূচীৰ অন্তিমটো কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকী টীয়কৰ চটাইস্থিত বৰ্ষা অৰণ্য গৱেষণা প্ৰতিষ্ঠানত উপস্থিত হৈ
Read More...

গুৱাহাটী পল্টন বজাৰ ৰে’লৱে ষ্টেচনৰ পৰা নিৰুদ্দেশ অনুপম হাজৰিকা

অনুপম হাজৰিকা নামৰ ব্যক্তিজন যোৱা ১৫/০৮/২০২১ তাৰিখে কেৰেলাৰ পৰা অসমলৈ আহি থকাৰ অৱস্থাত গুৱাহাটী পল্টন বজাৰ ৰে'লৱে ষ্টেচনৰ পৰা নিৰুদ্দেশ হয় ।নাম: অনুপম হাজৰিকাঠিকনা : শিৱসাগৰ দিমৌ নিতাই পুখুৰী ভাট গাছ গাওঁকোনোবা সদাশয় ব্যক্তিয়ে যদি
Read More...

পৰ্যটকৰ আকৰ্ষণীয় কেন্দ্ৰ বিন্দু ‘Rainbow Eco Camp’

ভাৰত ভূটান সীমান্তৱৰ্তী ওদালগুৰি জিলাৰ বগামাটি পৰ্যটনস্থলিৰ নিলগত, বাক্সা আৰু ওদালগুৰি জিলাৰ ডাটীকাষৰীয়া অঞ্চলত নতুন কৈ গঢ় লৈ উঠা সেউজলেণ্ড উৰফে গ্ৰাছলেণ্ড এতিয়া পৰ্যটকৰ আকৰ্ষণীয় কেন্দ্ৰ বিন্দু।।ৰাজ্যত ক'ভিড-19 এছ'অপি সীমিত হোৱাৰ লগে
Read More...

বাক্সাত জিলা প্ৰশাসনৰ উদ্যোগত ১৯৭ টা নতুন অংগনৱাড়ী কেন্দ্ৰ স্থাপন

অংগনৱাড়ী কেন্দ্ৰ হৈছে এক মাতৃ আৰু শিশু সকলৰ যত্ন কেন্দ্ৰ যি শিশুৰ লগতে মাতৃসকলক পৰামৰ্শ, প্ৰাক-বিদ্যালয় শিক্ষা, টিকাকৰণ, চিকিৎসা, স্বাস্থ্য আৰু পুষ্টিগত সম্পদৰ যোগানৰ জৰিয়তে পুষ্টি আৰু স্বাস্থ্যসেৱাৰ বিকল্প প্ৰদান কৰাৰ প্ৰত্যাহ্বান পূৰণ
Read More...