June 13, 2026 যোৰহাটৰ ৰৰৈয়াত বিমান দুর্ঘটনা যোৰহাটৰ ৰৰৈয়াত বিমান দুর্ঘটনা Share FacebookTwitterWhatsAppTelegramKooEmail যোৰহাটত বিমান দুর্ঘটনা। যোৰহাটৰ ৰৰৈয়া বায়ুসেনা বাহিনীৰ ঘাটিত অঘটন। অৱতৰণৰ পাছতেই বিস্ফোৰণ বায়ুসেনাৰ AN-32 বিমানখন। বিস্ফোৰিত বিমানখন ৪৩ স্কোৱাড্ৰনৰ আছিল সামগ্ৰী পৰিবহনত ব্যৱহাৰ হৈছিল AN-32 বিমানখন Author: দৈনন্দিন বাৰ্তা Related Articles সাহায্য় সামগ্ৰী, ঔষধ লৈ নেপালত ভাৰতীয় বায়ু সেনাৰ দলঃ ৩০০ ভাৰতীয় নিৰুদ্দেশ, মৃত্যু ১৬৫ জনৰ দৈনন্দিন বাৰ্তা - August 27, 2026 বীৰ লাচিত সেনাৰ মানস জ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত দুজনক আটক দৈনন্দিন বাৰ্তা - August 27, 2026 জলবিস্ফোৰত বিধ্বস্ত নেপালঃ বানত নিখোজ হাজাৰ হাজাৰ লোক দৈনন্দিন বাৰ্তা - August 27, 2026