মুখ্য-পৃষ্ঠা

জামুগুৰিহাটত চেনিটাৰাইজ ৷

দৈনন্দিন বাৰ্তা সেৱা জামুগুৰিহাট :কৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে জামুগুৰিহাটক বীজানুমুক্ত কৰি তুলি ৰাইজক কিছু সকাহ দিবলৈ চেনিটাৰাইজ কৰে ৰক্তদাতা(এইচবিএছ) নামৰ স্বেচ্ছাসেৱী সংগঠণটোৱে৷স্বেচ্ছাসেৱী...

শিলনীজানত গাহৰি পালকৰ মাজত সজাগতা সভা

দেওপানী সমগ্ৰ বিশ্বতে মহামাৰী ক'ভিড-১৯য়ে মানৱ জাতিৰ ওপৰত যি সংহাৰী ৰূপ ধাৰণ কৰিছে তেনে সময়তে সমান্তৰালভাৱে বিভিন্ন পশু পক্ষী কুলৰ মাজতো বিভিন্ন ধৰণৰ বেমাৰে...

নাজিৰাত সংবাদসেৱীক স্বেচ্ছাসেৱী সংস্থা “আশ্ৰয়”য়ে আগবঢ়ালে সহায়ৰ হাত

নাজিৰা  সমগ্র বিশ্বৰ লগতে অসমতো ক'ভিড-১৯ৰ বিৰুদ্ধে অবিৰতভাৱে চলোৱা যুঁজখনত চৰকাৰ তথা প্ৰশাসনক সহযোগিতা কৰি জনগণক সজাগ-সচেতন কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সংবাদসেৱীসকলেও৷...

গোলাঘাটত বনৰীয়া মহৰ সন্ত্ৰাস

গোলাঘাট গোলাঘাট চহৰৰ দাঁতিকাষৰীয়া তৰফাট আহোম গাঁৱত এইবাৰ বনৰীয়া মহৰ সন্ত্ৰাস। মঙলবাৰে পুৱা প্ৰায় ৫ বজাত গাঁওবাসীয়ে প্ৰত্যক্ষ কৰে উদভ্ৰান্ত হৈ থকা এটা বনৰীয়া মহ।...

গোলাঘাটত ছাত্ৰ সংগঠনৰ যৌথ গোটে দিন হাজিৰা কৰা, গাড়ী চালক, মুচি বৃত্তিধাৰীৰ আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ

গোলাঘাট তৃতীয় পৰ্যায়ৰ লকডাউনে একপ্ৰকাৰ দিশহাৰা কৰি পেলোৱা শ্ৰমজীৱী লোকসকলৰ কাষত থিয় দিলে গোলাঘাটৰ কেইবাটাও ছাত্ৰ সংগঠনে। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পৰ্যায়ৰ সাধাৰণ...

Popular