Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

নগৰবেৰাত একাংশ উদ্দ্যমী যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা

কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত নগৰবেৰাৰ একাংশ উদ্দ্যমী যুৱকৰ ব্যতিক্রমী পদক্ষেপ। অঞ্চলটোৰ মুঠ তিনিখনকৈ গাঁৱৰ ৰাইজে মিলি ৰুবলৈ লৈছে মুঠ ২০০ বিঘা মাটিত শালিধান। অঞ্চলটোৰ ক্ৰমে দোকুচি, পুখুৰীপাৰা আৰু পিজুপাৰা গাঁৱৰ
Read More...

দাতিয়ালবঢ়িত ধিং সমষ্টিৰ যুৱ মৰ্চাৰ উদ্যোগত AIUDF দলৰ সংবাদ মেল

মৰিগাঁও জিলাৰ  ধিং সমষ্টিৰ অন্তৰ্গত দাতিয়ালবঢ়িত যোৱা কালি ১৩ আগষ্টত ধিং সমষ্টিৰ  যুৱ মৰ্চাৰ সংবাদ মেল। সংবাদ মেলত দলটোৰ ধিং সমষ্টিৰ নেতৃত্বই উভিলে ধৰিলে বিধায়ক অখিল গগৈক,ৰাইজৰ দলৰ নেতাক। অখিল গগৈক মানসিক বিকাৰগ্ৰস্থ আখ্যা দিয়ে AIUDFদলৰ
Read More...

জীৱন যুদ্ধত হাৰ মানিব নোখোজা এগৰাকী মহিলাৰ কাহিনী

 জীৱন চাগে এনেকুৱাই । কাৰোবাৰ বাবে বিলাসিতা আৰু আন কাৰোবাৰ বাবে কেৱল সংগ্ৰাম । তেনে এগৰাকী জীৱন সংগ্ৰামী মহিলা পৰিলক্ষিত হ'ল মৰাণ সমষ্টিৰ বগীবিল পঞ্চায়তৰ লেংগা পথাৰত । মহিলা গৰাকীৰ নাম প্ৰণিতা সিং । স্বামীহাৰা মহিলা গৰাকীয়ে তিনিগৰাকী
Read More...

মৰিগাঁৱত স্বাধীনতা দিৱসৰ প্ৰাক মূহুর্তত জিলা উপায়ুক্তৰ সংবাদ মেল

আজি দিনৰ  ১২.৩০ বজাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মৰিগাঁও জিলাৰ নৱ নিযুক্ত উপায়ুক্ত শ্ৰীযুত প্ৰকাশ ৰঞ্জন ঘৰফলীয়ায়ে সাংবাদিকসকলৰ সৈতে চিনাকি পৰ্ব আৰু আগন্তুক স্বাধীনতা দিৱস উদযাপন উপলক্ষে এক সংবাদ মেল অনুষ্ঠিত  কৰে। এই সংবাদ মেলত গৰিষ্ঠ
Read More...

বন্ধন বেংকৰ লোণলৈ স্বাৱলম্বী ৰেখা দাস

বৰ্তমান সময়ত বন্ধন বেংককে ধৰি আন আন মাইক্ৰফাইনেন্স পৰা লোন লৈ গাৱঁৰ মহিলাসকলে বিভিন্ন জনে বিভিন্ন ক্ষেত্ৰত কৰ্ম সংস্কৃতিৰে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হবলৈ সক্ষম হৈছে ৷চহৰ অঞ্চলৰ লগতে গাৱঁৰ মহিলাসকলে নিজৰ ভৰিত নিজে থিয় দিবলৈ আৰম্ভ কৰিছে ।
Read More...

ইটাখোলাত ক’ভিড মহামাৰীৰ প্ৰথম শ্ৰেণীৰ যুজাৰুক সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সম্বৰ্দ্ধনা

বিশ্বনাথ জিলাৰ ইটাখোলাত ক'ভিড মহামাৰীৰ প্ৰথম শ্ৰেণীৰ যুজাৰু সকলক সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু নদুৱাৰ আঞ্চলিক সমিতিৰ সহযোগত আজি সম্বৰ্দ্ধনা জ্ঞাপন কৰে । ইটাখোলা ব্যৱসায় কেন্দ্ৰৰ মাজ মজিয়াত অৱস্থিত স্বৰ্গীয়
Read More...

ওৰাঙত অৰণ্য সুৰক্ষা সমিতি : একাধিক সংগঠনৰ সৰৱ পথ-সভা

অৰণ্য সুৰক্ষা সমিতি-অসমৰ আহ্বান তথা উদ্যোগত ১২ আগষ্টত বিয়লি ৪-৩০ বজাত মবচলীয় নগৰী ওৰাঙৰ মাজমজিয়াত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নামৰ আগত সংযোজিত ৰাজীৱ গান্ধীৰ নাম বাতিলৰ দাবীত ক'ভিড বিধি মানি এক সৰৱ পথ-সভা অনুষ্ঠিত হয়। তিনি
Read More...

কাজিৰঙাত এশ কোটি লিটাৰ পানী সংৰক্ষণৰ সফল পৰিকল্পনা

বাৰিষা এই যাওঁ যাওঁ, কিন্তু বৰ্তমানলৈকে ৰাজ্যত নাই বানপানী প্ৰকোপ ৷ তাৰবাবে চিন্তিত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষ ৷ কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী তথা পক্ষী কুল আৰু জলচৰ প্ৰাণীৰ বাবে বিশেষকৈ খৰালি কালত সুবিধা
Read More...

বহলপুৰত বাঁহৰ চুঙাৰে ৰাষ্ট্ৰীয় পতাকা নিৰ্মাণ

চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বহলপুৰ বৰপাৰা দ্বিতীয় খণ্ড গাঁৱৰ এইগৰাকী প্ৰতিভাসম্পন্ন ব্যক্তি হল গংগাধৰ ৰায়।সেহতীয়াভাৱে ৰায়ে নিজৰ প্ৰতিভাৰ দ্বাৰা ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীৰ পৰা শুভেচ্ছা পত্ৰ লাভ কৰিছে। ৰায়ে নিজৰ সুপ্ত
Read More...

ঘিলামৰাৰ দিঘলী গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড : পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ

ঢকুৱাখনাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত দিঘলী গাঁৱত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড।এই হত্যাকাণ্ডত পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ।এই খবৰে সমগ্ৰ অঞ্চলটোতে চাঞ্চ্যলৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে ঘিলামৰাৰ দিঘলী গাঁৱৰ জেষ্ঠ নাগৰিক মুক্তি
Read More...