Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

ওদালগুৰি জিলা আগ্ছু, গোৰ্খা সন্মিলন আৰু নেপালী সাহিত্য সভাৰ কাৰ্য্যলয়ত বি টি আৰ প্ৰমুখ প্ৰমোদ বড়ো

বি টি আৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে ১০ আগষ্টত ওদালগুৰি জিলা সদৌ অসম ছাত্ৰ সন্থা, অসম গোৰ্খা সন্মিলন আৰু অসম নেপালী সাহিত্য সভাৰ কাৰ্য্যলয়ত উপস্থিত হৈ সমিতিৰ বিষয়বীয়া সকলৰ লগত মিলিত হৈ গোৰ্খাসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়।
Read More...

এছ এছ বিৰ অমৃত মহোৎসৱ উদযাপন উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন

ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে যোৱা ১০আগষ্টৰ পৰা ১২ আগষ্টলৈ লালপুৰস্থিত এছ এছ বিৰ ২৩নম্বৰ বাহিনীয়ে তিনিদিনীয়াকৈ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰা হয়।এই উপলক্ষে ফুটবল,যোগা আৰু ১২ কি:মি: দৌৰৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়।ভাৰতৰ সকলো
Read More...

লাভলীনাক অসম আৰক্ষীৰ ডি এছ পি পদ প্ৰদান মুখ্যমন্ত্ৰীৰ

টকিঅ’ অলিম্পিকত পদক লাভেৰে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ ডি এছ পি চাকৰিত যোগদান কৰিবলৈ নিমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ। গুৱাহাটীৰ এটা পথ লাভলীনা বৰগোহাঁইৰ নামেৰে নামকৰণ কৰা হ’ব। এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০
Read More...

GST সংস্কাৰ চৰকাৰৰ সাহসী সিদ্ধান্তঃ প্রধানমন্ত্রী মোদী

কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্রী, চমুকৈ চি আই আইৰ কার্যসূচী ভার্চুৱেলযোগে সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পূর্বৰ কংগ্রেছ নেতৃত্বাধীন এন ডি এ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ জি এছ টি সংস্কাৰ এন ডি এ চৰকাৰৰ সাহসী সিদ্ধান্ত
Read More...

বিশ্বনাথ চাৰিআলিৰ পৰিত্যক্ত দোকানৰ বাৰণ্ডাত বৃদ্ধ দম্পতীৰ জীৱন সংগ্ৰাম

বিশ্বনাথ চাৰিআলিৰ সৎসংগ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাষৰ এখন পুৰণি দোকানৰ বাৰণ্ডা  জীৱন সংগ্ৰাম চলাই আহিছে এহাল বৃদ্ধ দম্পতীয়ে। ভিতৰৰ পৰা আকাশ দেখা এই বৃদ্ধ দম্পতীৰ বাবে যেন ৰদ বৰষুণ একোৱেই নাই। কোনোবাই মৰম কৰি কিবা এটা দিছে ,তাকেই তৃপ্তিৰে
Read More...

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সংবাদমেল

স্বাধীনতা ৭৫ তম বৰ্ষপুৰ্তী লগত সংগতি ৰাখি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে গ্ৰহণ কৰিবলৈ লোৱা কাৰ্যসুচী সম্পৰ্কত অখিল আৰতীয় বিদ্যাৰ্থী পৰিষদৰ তিনিচুকীয়া জিলাৰ সমিতিয়ে আজি এক  সংবাদমেলত ঘোষণা কৰে | অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তিনিচুকীয়া
Read More...

বাক্সাত চিলাই মেচিন চুৰিৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত কনিষ্ঠ অভিযন্তা

বাক্সাৰ জিলাৰ জালাহ খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ত চিলাই মেচিনৰ নামত সংঘটিত এক দুৰ্নীতিৰ ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জানিব পৰামতে উন্নয়ণ খণ্ডটোৰ জয় দাস নামৰ কনিষ্ঠ অভিযন্তা গৰাকীয়ে ১০ আগষ্টত কাৰ্যালয় ছুটীৰ পিচত আবেলি
Read More...

বক্সিং ৰাণীক আদৰিবলৈ সাজু ধনশিৰি বাসী 

ব্ৰঞ্জৰ পদকেৰে ভাৰতবাসীলৈ বিশ্ব ইতিহাসৰ এটি বৰ্ণিল অধ্যায় আজুৰি অনা অসম কন্যা লাভলীনা বৰগোহাঁইক আদৰিবলৈ উখল মাখল হৈ পৰিছে সমগ্ৰ ধনশিৰি মহকুমা । মহকুমাটোৰ প্ৰত্যেকজন ব্যক্তি, আত্মীয়-কুটুম, গাঁও বাসী, অধ্যয়ন কৰা
Read More...

কুমাৰীকাটাত হাতী দাঁত সহ দুজনক আটক

তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৰ দৈমাবাৰীত সীমান্ত সুৰক্ষা বল আৰু বন বিভাগৰ লোকে অভিযান চলাই নিশা হাতীৰ দাঁতৰ এটি টুকুৰা জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰে। এক গোপন সূত্ৰৰ পমখেদি ভূটান সীমান্তৰ কাউলিৰ
Read More...

BTR প্ৰধান প্ৰমোদ বড়ো ৰাইজৰ আশা

বিটিআৰ প্ৰধান প্ৰমোদ বড়োই জনতাৰ মৰ্মবেদনা বুজি সমস্যা সমূহ সমাধানৰ বাবে বিটিআৰৰ ই মূৰৰ পৰা সি মূৰলৈ দিনে নিশাই পৰিদৰ্শন কৰিছে৷প্ৰমোদ বড়োই ৰাইজৰ ওচৰত গৈ দৰিদ্ৰ লোকক লগ কৰি সমস্যা সমাধানৰ হেতু কাম কৰাৰ উপৰি ৰাজহুৱা অনুষ্ঠান মঠ -মন্দিৰ,
Read More...