মুখ্য-পৃষ্ঠা

Mock Drill: যুদ্ধৰ চূড়ান্ত প্ৰস্তুতি! নিৰাপত্তা অনুশীলন কৰিবলৈ নিৰ্দেশ, ১৯৭১ চনত এনে অনুশীলন চলাইছিল ভাৰতে

ভাৰতে যুদ্ধৰ চূড়ান্ত প্ৰস্তুতি কৰিছে নেকি?(Mock Drill) এয়াই হৈছে এতিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্রশ্ন। সোমবাৰে সন্ধিয়া কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশৰ ফলত সেই জল্পনা-কল্পনা কেইবাগুণে বৃদ্ধি পালে।

Mock drills: অসমৰ ২০টা স্থানত হ’ব যুদ্ধৰ আখৰা, ক’ত ক’ত হ’ব ?

৭ মে'ত দেশজুৰি হ'ব মকড্রিল।(Mock drills)ৰাজ্যলৈ গৃহমন্ত্ৰালয়ৰ জৰুৰী নিৰ্দেশ।অসমতো হ'ব যুদ্ধৰ আখৰা।

Mock Drills: ৭ মে’ত দেশজুৰি হ’ব মকড্রিল: ১৯৭১ চনৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ এই নির্দেশনা

ৰাজ্যলৈ গৃহ মন্ত্ৰালয়ৰ জৰুৰী নিৰ্দেশনা।(Mock Drills) সাধাৰণ নাগৰিকক সজাগ আৰু সচেতনৰ বাবে মকড্ৰিলৰ নিৰ্দেশ। ৭ মে'ত দেশজুৰি হ'ব মকড্রিল।

Putin Calls PM Modi: যুদ্ধ ! ফোনত কি আলোচনা মোদী আৰু পুটিনৰ ?

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছে বুলি সোমবাৰে দাবী কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে।(Putin Calls PM Modi)

Liver Cirrhosis: শৰীৰত কি ভিটামিনৰ অভাৱ হ’লে লিভাৰ চিৰ’ছিছ হয় ?

যদি লিভাৰত কোনো সমস্যা হয় তেন্তে সমগ্ৰ শৰীৰৰ কাৰ্য্যত প্ৰভাৱ পৰিব পাৰে। ইয়াৰ পৰা হাত সাৰিবলৈ শৰীৰত কোনো ধৰণৰ ভিটামিনৰ অভাৱ হ’বলৈ নিদিব।(Liver Cirrhosis)

Popular