Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

লাহোৱাল সমষ্টিৰ বিধায়কৰ উদ্যোগত খনিকৰত বানাক্ৰান্তৰ বাবে সমূহীয়া কঠীয়া সিচাঁৰ কাৰ্যসূচীৰ শুভাৰম্ভ

ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ মানকটা কৃষিচক্ৰৰ এলেকাস্থিত নিজ খনিকৰ গাৱঁৰ ৮হেক্টৰ মাটিত লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ উদ্যোগত,ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ সহযোগত তথা প্ৰাগ নিউজৰ
Read More...

ছবছৰেও নিৰ্মাণ অসম্পূৰ্ণ,টীয়ক ৰজাবাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ অচলাৱস্থা

স্বাধীনতাৰ দহ বছৰৰ পাছতেই জাঁজীমুখৰ বিভিন্ন এলেকা আৰু বৃহত্তৰ ৰজাবাৰী অঞ্চল সামৰি স্থাপন হৈছিল এখন ৰাজ্যিক পশু চিকিৎসালয় ।পৰবৰ্তী সময়ত টীয়কৰ সুসন্তান তথা সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাই ইয়াৰ আন্তঃ গাঁথনি উন্নীত কৰিলে । চিকিৎসক সহায়কৰ
Read More...

ওৰাঙৰ ধনশ্ৰী চাহ বাগিচাত ২০ কিলো গাঞ্জা সহ এজনক গ্ৰেপ্তাৰ মাজবাট আৰক্ষীৰ

ওদালগুৰি জিলাৰ ওৰাং মৌজা এলেকাৰ  ধনশ্ৰী চাহ বাগিছাত ২৯জুনত ৰাতিপুৱা ৫ মান বজাত ২০ কিলোগ্ৰাম গাঞ্জা সহ এজন লোকক আটক কৰিছে মাজবাট আৰক্ষীয়ে । মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈয়ে জনোৱা মতে ওৰাং মৌজা এলেকাৰ মাজবাট
Read More...

বজাৰৰ মাজতে এগৰাকী মহিলাক বিবস্ত্ৰ কৰি নিৰ্মমভাৱে প্ৰহাৰ: নীৰৱ দৰ্শক ৰাইজ, ভিডিঅ’ ভাইৰেল।

অভয়াপুৰীত মাতব্বৰ এটাই এগৰাকী মহিলাক সকলোৰে সন্মুখত সম্পূৰ্ণ বিবস্ত্ৰ কৰি গুৰলা গুৰুলকৈ প্ৰহাৰ কৰে। মহিলাক বিবস্ত্ৰ কৰি লাঠিৰে নিৰ্মমভাৱে প্ৰহাৰ কৰি গৈছে এজন মাতব্বৰে ৷ এগৰাকী মহিলাক বিবস্ত্ৰ (Woman Stripped Off) কৰি বজাৰৰ মাজত
Read More...

বছৰৰ তৃতীয়তো বানত লাইকা-দধীয়াৰ সমগ্ৰ অঞ্চল জলমগ্ন। চৰকাৰৰ চকুমুদা কুলিৰ চৰম ভূমিকা

বছৰৰ তৃতীয়তো বানত লাইকা-দধীয়াৰ সমগ্ৰ অঞ্চল জলমগ্ন। এনে এক পৰিবেশত বসতি কৰাতো দৈনন্দিন জীৱনত কিদৰে প্ৰভাৱ পেলাব পাৰে ভাৱিলে নোম শিয়ৰি উঠিব। মাহৰ পিছত মাহ ধৰি পুনঃস্থাপনৰ আশাত তিৰপালৰ তলত মাটিৰ সতে মিতিৰালিৰ সত্বেও প্ৰকৃতিয়ে ৰেহাই দিয়া
Read More...

বকোৰ বৰুৱা বালিঝাৰ বজাৰৰ আধুনিক গৃহ শুভ উদ্বোধন।

মজবুত হ'ব গ্ৰাম্য অৰ্থনীতিৰ ভেটি । গ্ৰামাঞ্চলৰ কৃষক জনসাধাৰণৰ জীৱন জীৱিকাৰ অৰ্থনীতি গঠিত হয় স্থানীয় বজাৰ ঘাটত। এনে বজাৰ হৈছে কামৰূপ জিলাৰ ভিতৰুৱা অঞ্চল বৰুৱা বালিঝাৰ বজাৰ। ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বকো আৰক্ষী থানাৰ অধিনৰ এলেকা
Read More...

মৰিগাঁও কনকলতা প্ৰাথমিক বিদ্যালয়ত মুকলি কৰা হল PCV কেন্দ্ৰ ।

মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ উদ্যোগত মৰিগাঁও কনকলতা প্ৰাথমিক বিদ্যালয়ত মুকলি কৰা হল PCV কেন্দ্ৰ । জন্মৰ ডেৰ মাহৰ পৰা ন মাহলৈ সকলো শিশুকে আজিৰে পৰা প্ৰদান কৰা হব এই ভেকচিন । বিশেষকৈ জন্মৰ পিছতে শিশু সকলৰ
Read More...

গৰ্ভৱতী মহিলাই ভেকচিন লোৱাত নাই কোনো বাধা : ভেকচিনক লৈ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

ভেকচিনক লৈ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা, গৰ্ভৱতী মহিলাই ভেকচিন লোৱাত নাই কোনো বাধা, স্তনপাণ কৰোৱা মাতৃৰ বাবেও নাই কোনো শংকা, ভেকচিন ল’ব পাৰে গৰ্ভৱতী, স্তনপান কৰোৱা মহিলাই, যাৱতীয় নিৰ্দেশনা জাৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ
Read More...

ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অমান্য কৰা চাৰিটা সমবায় বেংকলৈ জৰিমনা ! RBIএ জাৰি কৰিছে এইসমূহ নতুন…

চাৰিটাকৈ সমবায় বেংকৰ ওপৰত ক্ষুন্ন ভাৰতীয় ৰিজাৰ্ভ বেংক। ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰণ নকৰাৰ বাবেই দেশৰ এইকেইটা সমবায় বেংকৰ ওপৰত আৰোপ কৰিছে জৰিমনা। মঙলবাৰে হায়দৰাবাদস্থিত অন্ধ্ৰপ্ৰদেশ মহেশ কো-অপাৰেটিভ আৰ্বান বেংকক ১১২.৫০ লাখ টকাৰ
Read More...

অভিনেতা দিলীপ কুমাৰ অসুস্থ, হিন্দুজা হাস্পতালৰ ICUত ভৰ্তি অভিনেতাগৰাকীক

বলীউদৰ যশস্বী অভিনেতা দিলীপ কুমাৰ (Dilip Kumar) অসুস্থ। মিডিয়া ৰিপ’ৰ্ট অনুসৰি, অভিনেতাগৰাকীক মুম্বাইৰ হিন্দুজা হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে। শ্বাস–প্ৰশ্বাসত কষ্ট পোৱাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছে অভিনেতাগৰাকীক। মঙলবাৰে দিনত
Read More...