Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

ডিব্ৰুগড় কোটোহাত গড়ৰ মুক্ত বিচৰণ

গড় চাবলৈ এতিয়া কাজিৰঙালৈ যাব নালাগে । মৰাণৰ কোটোহা, লেজাই, বগীবিল আদি অঞ্চলত মুকলি পথাৰত দৌৰি ফুৰে গড় । কিছুদিনৰ পৰা এটা গড়ে মৰাণ সমষ্টিৰ এই অঞ্চল কেইটাত মুক্ত বিচৰণ কৰি ফুৰা দৃশ্য ৰাইজে প্ৰত্যক্ষ কৰিছে । আজিও মৰাণৰ কোটোহা ভগামুৰত
Read More...

লাহৰীঘাটতো প্লাষ্টিকৰ চাউল

লাহৰীঘাটত সুলভ মূল্যৰ চাউলত ওলাল প্লাষ্টিকৰ চাউল।এই ঘটনা সংঘটিত হৈছে লাহৰীঘাটৰ কুশতলি সমবায় সমিতিত।সমবায় সমিতি খনৰ অন্তৰ্গত মাহদলা গাঁৱৰ সুলভ মূল্যৰ দোকানী পৰেশ শইকীয়াৰ পৰা গাঁওখনৰে ৰমেশ দেওৰজা সহ কেইবাগৰাকীও লোকে আনিছিল সুলভ মূল্যৰ
Read More...

কেবিনেট মৰ্যদা প্ৰদান চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা

আজি অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক কেবিনেট মৰ্যদা প্ৰদান কৰা হয়৷ লগতে আজি কেবিনেট সিদ্ধান্ত নিৰীক্ষণৰ দায়িত্ব ৩গৰাকী মন্ত্ৰীক প্ৰদান কৰা
Read More...

পশ্চিম নলবাৰীত কৃত্ৰিম বানৰ কবলত বহুকেইটা চৰকাৰী কার্য্যালয়

যোৱা কিছুদিন ধৰি নেৰানেপেৰা বৰষুনৰ ফলত পশ্চিম নলবাৰী ৰাজহ চক্র বিষয়াৰ কার্য্যলয় ,চামতা আৰক্ষী চকী ,চামতা বিএচ এন এলৰ কার্য্যালয়কে ধৰি চামতা পল্লাপথৰ পৰা চক্র বিষয়াৰ কার্য্যালয়লৈ অহা যোৱা পথটো সম্পূর্ন পানীৰ তলত বুৰ গৈ আছে ৷উল্লেখ যে
Read More...

টুপামাৰীত নিজ গৃহৰ পৰা নিৰুদ্দেশ ছাত্ৰ

কামৰূপৰ বকো সমষ্টিৰ  টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত টুপামাৰীৰ নতুন বদলা গাওঁৰ স্বাজাহান আলীৰ ১৪ বছৰীয়া পুত্ৰ মোস্তাফিজুৰ ৰহমান ওৰফে ছানিদুল যোৱা ২২/০৬/২০২১ ইং তাৰিখে নিজ গৃহৰ পৰা নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ উপৰিও বিভিন্ন
Read More...

“কৰ’নাচে বাজতে হ’লে দূৰে দূৰে ৰহ’না” ঝুমুৰ গীতৰ লহৰে শ্ৰমিকক কভিড জয়…

চাহ-বাগিছাৰ শ্ৰমিক সমাজত কৰ'নাৰ সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰাৰ সময়তে নাজিৰা মহকুমা প্ৰশাসনে সকলো শ্ৰমিকে উপলব্ধি কৰিব পৰাকৈ এটি গীতৰ এলবাম নাজিৰাৰ চিনাকি চাহ-বাগিচা সমূহৰ দৃশ্যায়নৰ মাজেদি দুদিন পূৰ্বে মুকলি কৰে । অঁনাতাৰ শিল্পী ভদ্ৰ
Read More...

মুকালমুৱাত চিপিআইএমৰ প্ৰতিবাদ

মূল্যবৃদ্ধিৰ প্ৰতিবাদত ১৬ জুনৰ পৰা ৩০ জুনলৈ চিপিআইএমৰ পোষেকজোৰা আন্দোলনৰ অংশ হিচাপে আজি নলবাৰীৰ মুকালমুৱাত চিপিআইএমৰ কৰ্মী সকলে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ মুকালমুৱাৰ বৰলিয়াপাৰত চিপিআইএম বৰক্ষেত্ৰী শাখাৰ কৰ্মী সকলে প্ৰতিকুল বতৰকো নেওচি
Read More...

চৰাইদেউৰ সাপেখাতীত চাওঁতালী ছাত্ৰ সন্থাৰ উদ্যোগত ১৬৬ তম হুল দিৱস উদযাপন

সদৌ অসম চাওঁতালী ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু টিমন বৰটানি গাওঁৰ চাওঁতালী সকলৰ সহযোগত ১৬৬ তম হুল দিৱসটি কৰুণা মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অনুস্থুপীয়াকৈ দিনযোৰা কাৰ্য্যসূচীৰে আটাল বনুৱা প্ৰাথমিক বিদ্যালয়ত উদযাপন
Read More...

নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ ছত্ৰছায়াত বালিৰ চিণ্ডিকেট

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় সম্প্ৰতি দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বনাঞ্চলিক বিষয়া (ৰেঞ্জাৰ) ভূপেন চন্দ্ৰ দাসৰ বিভিন্ন দুৰ্নীতি-অনিয়ম আৰু লুণ্ঠনৰাজৰ অঘোষিত কাহিনী
Read More...