মুখ্য-পৃষ্ঠা

Sobhita Dhulipala-Naga Chaitanya: বিয়াৰ পাঁচ মাহতে ভাল খবৰ! গৰ্ভৱতী শোভিতা ধূলিপালা, পিতৃ হ’ব নাগা চৈতন্য !

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় অভিনেতা নাগা চৈতন্যই। কিছুদিনৰ ডেটিংৰ অন্তত শোভিতা ধূলিপালাৰ সৈতে বিবাহপাশত আবদ্ধ হয় অভিনেতাগৰাকী।(Sobhita Dhulipala-Naga Chaitanya)

Headphones: হেডফোন লোৱাই হ’ল কাল: মাতৃৰ সৈতে ফোনত কি কথা পাতিছিল ?

দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ(Headphones)অন্তৰ্গত কুকুৰমাৰাৰ সমীপৰ মধুপুৰত পুৱা ৮.৩০ বজাত ৰে’লে মহটিয়াই নিলে এজন পাহোৱাল ডেকাক৷

Pakistani Celebrity Accounts Blocked: ভাৰতত নিষিদ্ধ বহু পাকিস্তানী চেলিব্ৰিটি ইনষ্টাগ্রাম একাউন্ট

ভাৰতত নিষিদ্ধ বহু পাকিস্তানী চেলিব্ৰিটিৰ INSTRAGRAM একাউন্ট।(Pakistani Celebrity Accounts Blocked)ভাৰতত নিষিদ্ধ বহু পাকিস্তানী চেলিব্ৰিটি ইনষ্টাগ্রাম একাউন্ট।পাকিস্তানী কণ্ঠশিল্পী আতিফ আছলামৰ ইনষ্টাগ্রাম একাউন্ট নিষিদ্ধ ভাৰতত।

Lucky Day: কোন দিনা জন্ম হোৱা সন্তান আটাইতকৈ ভাগ্যৱান?

সপ্তাহৰ প্ৰতিটো দিনৰ নিজস্ব তাৎপৰ্য আছে যদিও(Lucky Day)জ্যোতিষৰ মতে কিছুমান দিনত জন্ম হোৱা শিশুক ভাগ্যৱান বুলি গণ্য কৰা হয়।

Popular