Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

ছয়গাঁৱত জীৱন মৃত্যুৰে যুঁজিছে এগৰাকী দুৰ্ভগীয়া মেধাবী ছাত্ৰীয়ে : ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হৈ…

নিঃসহায় পিতৃ মাতৃৰ সহায়ৰ বাবে কাতৰ আহ্বান এগৰাকী মেধাবী ছাত্ৰীৰ কৰুণ বিননী।জীৱন মৃত্যুৰে যুঁজিছে এই গৰাকী মেধাবী ছাত্ৰীয়ে।মাৰাত্মক ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হৈ কটাইছে যন্ত্ৰণাময় জীৱন।শয্যাসংগী হৈ পৰিছে একমাত্ৰ বিচনাখন।মুখৰ মাতষাৰো
Read More...

অসম আৰক্ষীত আন এক নতুন সংযোজন :একশ্ৰেণীৰ বিশেষ অপৰাধীৰ বাবে হৈ পৰিব পাৰে মূৰৰ কামোৰণি

অসম আৰক্ষীত আন এক নতুন সংযোজন।৩ কোটিকৈ টকা ব্যয় সাপেক্ষে ৰাজ্যৰ প্ৰতিখন থানাতে বিশেষ চাইবাৰ কিটৰ ব্যৱস্থা কৰা হৈছে৷প্ৰথম পৰ্যায়ত গুৱাহাটীৰ প্ৰতিখন থানাত চাইবাৰ কিট দিয়া হ’ব৷এই কিটৰ জড়িয়তে থানাতে চাইবাৰ অপৰাধৰ তদন্ত কৰিব পাৰিব৷আজিৰে
Read More...

ক’ভিডৰ তৃতীয় ঢৌঁৰ পূৰ্বেই অসমত শিশু,কিশোৰৰ মাজত সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি

১ এপ্ৰিলৰ পৰা ২৫ জুনলৈকে অসমত ক'ভিডত সংক্ৰমণ হোৱা শিশুৰ সংখ্যা আছিল ৩৪,৩৩৩টা। ক'ভিডৰ তৃতীয় ঢৌঁ আৰম্ভ হোৱাৰ পূৰ্বেই শিশু আৰু কিশোৰৰ মাজত ভয়াৱহভাৱে সংক্ৰমণ বৃদ্ধি পাইছে।যোৱা ১৬দিনত যোৰহাটত ১১০টা শিশু ক'ভিডত আক্ৰান্ত হৈছে।নগাঁৱৰ আনন্দৰাম
Read More...

বৰ্খাস্ত হ’ল অবৈধ নিযুক্তি প্ৰাপ্ত তিনি গৰাকী মহিলা কৰ্মচাৰী

যোৰহাট বিজ্ঞান-প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তিনি গৰাকী কৰ্মচাৰীক নিলম্বন। চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ কাৰণ অবৈধ নিযুক্তি। নিলম্বিত তিনি কৰ্মচাৰী ক্ৰমে - অজন্তা দত্ত, বিদ্যাৰ্থী বৰা, আৰু নৱনীতা বৰঠাকুৰ। দীৰ্ঘদিন ধৰি আছুৱে চলাই অহা দাবীৰ
Read More...

বকোৰ বন্দাপাৰাত গৰু চোৰ আটক । উত্তম মাধ্যম দি গোটালে আৰক্ষীক

ৰাজ্যৰ চৌদিশে আৰক্ষী প্ৰশাসনৰ নিচিদ্ৰ তালাছি চলি থকাৰ সময়তো আৰক্ষীৰ চকুত ধুলি মাৰি এচাম ধুৰন্ধৰ প্ৰকৃতিৰ লোকে কৰি আহিছে চুৰি ডকাইটিৰ দৰে জঘণ্য কাণ্ড।এনে জঘণ্য কাণ্ড কামৰূপ জিলাৰ বকোতো সময়ে সময়ে সংঘটিত হোৱা তথ্য পোৱা যায়। উল্লেখ্য যে ;
Read More...

ভাৰতীয় ভলীবল দলৰ অধিনায়ক বিনীত কুমাৰৰ অসমত ভলীবল একাডেমী গঢ়াৰ পৰামৰ্শ

ভাৰতীয় ভলীবল দলৰ অধিনায়ক বিনীত কুমাৰউত্তৰপ্ৰদেশৰ মজফ্ফৰ জিলাত ১৯৯১ চনৰ ২৫ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰিছিল। সৰুৰে পৰাই ভলীবল খেলৰ প্ৰতি থকা আগ্ৰহৰ বাবে তেওঁ দোপদদোপে উন্নতি কৰি ২০২০ চনত ভাৰতীয় ভলীবল দলৰ নিৰ্ভৰযোগ্য স্পাইকাৰ হোৱাৰ লগতে দলটোৰ
Read More...

নৱনিৰ্মিত চাপৰ ৰেল ষ্টেশনৰ নিলগত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ

ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত চাপৰ ৰেল ষ্টেশনৰ কাষতে থকা এটা পুখুৰী সদৃশ গাতত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ গোটেই অঞ্চলজুৰি এক চাঞ্চ্যলকৰ পৰিবেশৰ সৃষ্টি হৈছে। জানিব পৰা মতে মৃত যুৱকজন  চাপৰ সত্যপুৰ অঞ্চলৰ নিবাসী অমিও কুমাৰ মেধিৰ পুত্ৰ
Read More...

দেৰগাঁৱত লৰ্জ্জাজনক ঘটনা,নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ ৭০ বছৰীয়া বৃদ্ধ

দেৰগাঁৱত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা ।বাপাৰাম ৰাজবংশী নামৰ এজন প্ৰায় ৭০ বছৰীয়া বৃদ্ধৰ ওপৰত উঠিছে নাবালিকাক  যৌন নিৰ্যাতনৰ অভিযোগ ।দেৰগাঁৱৰ ছ-গুৰি কছাৰী গাঁৱৰ এইগৰাকী বৃদ্ধই নিজৰ ঘৰলৈ মাতি নি নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজাহাৰ
Read More...

ৰাজ্যত কৰ’নাত আক্ৰান্ত হ’বলৈ লৈছে শিশু : GMCHত বৰ্তমান চিকিত্সাধীন ৯টিকৈ শিশু

ৰাজ্যত কৰ’নাত আক্ৰান্ত হ’বলৈ লৈছে শিশু,শিশু আক্ৰান্ত হোৱাক লৈ উদ্বিগ্ন অভিভাৱকশিশু আক্ৰান্ত হোৱাক লৈ GMCHৰ অধীক্ষকৰ মন্তব্য :GMCHত বৰ্তমান চিকিত্সাধীন ৯টিকৈ শিশু ,জৰুৰীসেৱাত ভৰ্তি ৭টিকৈ শিশুকশিশুৰ বাবে GMCHত সাজু কৰা হৈছে ICU বিছনা
Read More...

বিল পৰিশোধক লৈ বৃহৎ ঘোষণা : ২৪ ঘন্টাই অসমৰ জনসাধাৰণে লাভ কৰিব বিদ্যুৎ

২৪ ঘন্টাই অসমৰ জনসাধাৰণে লাভ কৰিব বিদ্যুৎ! বিল পৰিশোধক লৈ বৃহৎ ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু মহানগৰ আৰক্ষীৰ বিশাল কণভয়। আজি বিজুলী ভৱনত উপস্থিত হয় মন্ত্ৰী বিমল বৰা। অসমৰ জনসাধাৰণে যাতে বিদ্যুতৰ পৰা সমস্যাত নপৰে তাৰ বাবে
Read More...