Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

CORONA UPDATE : বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত ৩৭. ৫৬৬ জন

সুস্থ হৈ উঠিছে ৫৬,৯৯৪ জন। মৃত্যু হৈছে ৯০৭ জন ।ইয়াৰ লগে লগে দেশত কৰ’নাৰ সংখ্যা বৃদ্ধি পালে ৩,০৩,১৬. ৮৯৭ জন । আনহাতে অসমত বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ২,৬৮৯ জন ৷মৃত্যু হৈছে ৪২ জনৰ ।
Read More...

ক’ৰোনাত বিধ্বস্ত অর্থনীতি উজ্জীৱিত কৰিবলৈ বিত্তমন্ত্রীৰ আঠ অভিলাষী আঁচনি

ক’ৰোনাবিধ্বস্ত অর্থনীতিত পুনৰুজ্জীৱিত কৰিবলৈ আঠটা নতুন আঁচনি ঘোষণা কৰিছে কেন্দ্রীয় চৰকাৰে৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি সংবাদ মেলযোগে ক’ভিড–১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত দেশৰ অর্থনীতিক সমর্থনৰ লক্ষ্যৰে ৬,২৮,৯৯৩ কোটি টকাৰ
Read More...

ক’ভিড–১৯ টিকাকৰণৰ শীর্ষত ভাৰত

বিশ্বৰ বৃহত্তম ক’ভিড–১৯ টিকাকৰণ অভিযান চলি থকা ভাৰতে সোমবাৰে টিকাকৰণক লৈ অভিলেখ গঢ়িলে৷ আমেৰিকা যুক্তৰাষ্ট্রক অতিক্রমি ক’ভিড টিকাকৰণৰ শীর্ষস্থানত উপনীত হ’ল ভাৰত৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দেশত সোমবাৰে পুৱালৈকে ৩২.৩৬
Read More...

একেদিনাই ক’ভিডত প্রাণ গ’ল ডিগবৈৰ স্বামী–স্ত্রীৰ

সমগ্র দেশতে সংহাৰ অব্যাহত থকা মহামাৰী ক’ৰোনাত আক্রান্ত হৈ একেদিনাই ডিব্রুগডত মৃত্যু হ’ল ঢকুৱাখনাৰ আমকটীয়া গাঁৱৰ দুদুল মোহন বৰুৱা (৫১) আৰু মীৰা ওজা বৰুৱা (৪৫) নামৰ এহাল স্বামী–স্ত্রীৰ৷ অকালতে নিঠৰুৱা হৈ পৰিল তেওঁলোকৰ ১৩ বছৰীয়া একমাত্র
Read More...

মহানগৰীৰ ব্যৱসায়ী অপহৰণ কাণ্ড: তিনি আৰক্ষীক গ্রেপ্তাৰ

অপৰাধমূলক মানসিকতাৰ একাংশ বিষয়া–জোৱানৰ কু–কার্যই বিভিন্ন সময়ত বদনামী কৰিছে অসম আৰক্ষীক৷ শেহতীয়াকৈ ধনৰ প্রলোভন আওকাণ কৰি গৃহৰক্ষী জোৱান বৰছিং বে’ই বৃহৎ পৰিমাণৰ ড্রাগ্ছ ধৰা পেলোৱাৰ বিপৰীতে খাকী পোছাক পৰিধান কৰাসকলৰ মাজত এতিয়াও স্খলন হোৱা
Read More...

GMCH ত ১২ জন ক’ভিড ৰোগীৰ মৃত্যু ,নিশা ডেৰ বজাত স্বাস্থ্য মন্ত্ৰীৰ চাডেন ভিজিট

GMCH ত ১২ জন ক’ভিড ৰোগীৰ মৃত্যু,নিশা ডেৰ বজাত স্বাস্থ্য মন্ত্ৰীৰ চাডেন ভিজিট নিশা ডেৰ বজাত জিএমচিএইচত চাডেন ভিজিট স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷ প্ৰতিটো মহলাত তন্ন তন্নকৈ পৰিদৰ্শন কৰিলে স্বাস্থ্যমন্ত্ৰীৰ ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ
Read More...

আগ্রাসী বেইজিঙক ৰুধিবলৈ ভাৰতৰ ঐতিহাসিক পদক্ষেপ : চীন সীমান্তত অতিৰিক্ত ৫০ হাজাৰ সেনা

সীমান্তত আগ্রাসী ৰূপ লৈ দেশৰ সার্বভৌমত্বৰ প্রতি সঘনাই ভাবুকি সৃষ্টি কৰি থকা চীনক ৰুধিবলৈ অভূতপূর্ব ৰণকৌশল গ্রহণ কৰিছে ভাৰতে৷ জম্মু–কাশ্মীৰৰ গালৱান উপত্যকা আৰু লাডাখৰ পূব প্রান্তত চীন–ভাৰতৰ সেনাৰ মাজত সংঘাতসৃষ্ট উত্তেজনাৰ বাবেই সীমান্তত
Read More...

চীনে নির্মাণ কৰিলে বিশ্বৰ দ্বিতীয় বৃহত্তম জলবিদ্যুৎ বান্ধ

উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশৰ সীমান্তলৈ বুলেট ট্রেইন আৰম্ভ কৰাৰ দুদিন পাছতেই চুবুৰীয়া ৰাষ্ট্র চীনে ভাৰতক উদ্বিগ্ণ কৰি তুলি মুকলি কৰিলে বিশ্বৰ দ্বিতীয় বৃহত্তম জলবিদ্যুৎ বান্ধ৷ পৰিৱেশ বিধ্বস্ত হোৱাৰ সকীয়নি প্রদান কৰাৰ পাছতো চীনে
Read More...

প্ৰায় ১৩ বছৰে সম্পূৰ্ণ নহল ৩৩ কোটিটকীয়া জলসিঞ্চন আঁচনি

দৰঙৰ চমতীয়াপাৰাৰ ননৈ বোঁৱতী জলসিঞ্চন প্ৰকল্পত বৃহৎ কেলেংকাৰী ৷ দৰং জিলা জলসিঞ্চন বিভাগে সম্পূৰ্ণ কৰিব নোৱাৰিলে প্ৰকল্পৰ কাম ১৩ বছৰে ৷ ২০০৮/৯ বৰ্ষতে আৰম্ভ কৰিছিল প্ৰকল্পটিৰ কাম ৷ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী নুৰজমাল সৰকাৰে নিজে উপস্থিত থাকি
Read More...