মুখ্য-পৃষ্ঠা

Pahalgam Terror Attack: পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ: কাশ্মীৰৰ পৰা কাবুললৈ…

সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা, আশ্ৰয় দান(Pahalgam Terror Attack) কৰা আৰু ইয়াৰ ৰপ্তানিৰ ক্ষেত্ৰত পাকিস্তানৰ ‘ট্ৰেক ৰেকৰ্ড’-য়ে দেশখনক বিশ্বৰ আটাইতকৈ বিপজ্জনক আৰু অস্থিৰতা সৃষ্টিকাৰী শক্তি হিচাপে চিহ্নিত কৰিছে।

Pahalgam Attack: সীমান্তত বৃদ্ধি পোৱা উত্তেজনাৰ সময়তে পাকিস্তানৰ আশংকা

কাশ্মীৰৰ পেহলগামত সংঘটিত(Pahalgam Attack)ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ কথা ভাৰতে চিন্তা-চৰ্চা কৰি থকাৰ সময়তে ছুইডেনৰ কোম্পানী এছ এ এবে কয় যে তেওঁলোকে এ টি ৪ এণ্টি আৰ্মৰ অস্ত্ৰ ব্যৱস্থা ভাৰতীয় সশস্ত্ৰ বাহিনীক প্ৰদান কৰিছে।

Hs Result 2025: উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ইতিহাস, নতুন অভিলেখ ৰচিলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে

এটা সময় আছিল যেতিয়া পৰীক্ষাৰ্থীয়ে পৰীক্ষা(Hs Result 2025)দি উঠি ফলাফলৰ বাবে মাহৰ পিছত মাহ জুৰি অপেক্ষা কৰিব লাগিছিল।

Higher Secondary: প্ৰথমবাৰলৈ নতুন নিয়মঃ উচ্চতৰ মাধ্যমিকৰ একেখনেই হ’ব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল বুধবাৰে ঘোষণা কৰা হয়।(Higher Secondary) এইবেলি পৰীক্ষাৰ ফলাফল ঘোষণাৰ লগে লগে কেতবোৰ নিয়মো প্ৰৱৰ্তন হল।

Margherita News: মাৰ্ঘেৰিটাত অত্যাধুনিক বিলাসী শীত-তাপ নিয়ন্ত্ৰিত বাছ ৰেষ্টুৰেন্ট

অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙা বাছ পৰিণত হ'ল বিলাসী শীত-তাপ নিয়ন্ত্ৰিত ৰেষ্টুৰেন্টলৈ।(Margherita News)

Popular