Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

ড্ৰামচেট বজাই পৰিয়ালক ভৰন পোষণ দিয়া এগৰাকী যুৱতী

ড্ৰামচেট বজাই পৰিয়ালক ভৰন পোষণ দিয়া এগৰাকী যুৱতী ৷ ক’ৰনা মহামাৰীৰ ফলত হোৱা লকডাউনে কোঙা কৰিছে পৰিয়ালটিৰ লগতে বেণ্ডপাৰ্টিৰ সদস্যবৃন্দক ৷ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নোলোৱাকৈ কৃষ্টিৰ পথাৰখন সাৰুৱা কৰা এগৰাকী যুৱতী গৰাকী ৷ দৰং জিলাৰ
Read More...

আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ ২০টাতকৈও অধিক বাদ্যযন্ত্ৰ বজাব পৰা কাকজানৰ এজন যুৱক

সম্প্ৰতি অসমত ক'ৰণাই জনজীৱন বিপৰ্যস্ত কৰি তুলিছে ।ক'ৰণাসৃষ্ট পৰিৱেশৰ বাবে কণ্ঠশিল্পী সকলৰ লগতে বাদ্যযন্ত্ৰী শিল্পী সকলৰো আৰ্থিক অৱস্থা অতি শোচনীয় হৈছে ।কাকজানৰ এজন  যুৱপ্ৰতিভা; নাম পাৰ্থ টিংকু দত্ত।বহুমুখী প্ৰতিভাসম্পন্ন টিংকুৰ আছে 
Read More...

তামুলপুৰত এগৰাকী পঞ্চলিশোৰ্ধৰ ব্যক্তিৰ যৌন কামনাৰ বলি হ’ল এগৰাকী ৯ বছৰীয়া শিশু

কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী তামুলপুৰ আছুৰ বাক্সা জিলাৰ তামুলপুৰত সংঘটিত হৈছে মানৱতাক লজ্জানতা কৰা  এক জঘন্য ঘটনা। নিজ সম্পৰ্কীয় এজনী  ৯ বছৰীয়া শিশুক পুখুৰীত মাছ মাৰিবলৈ ফুচুলাই নি যৌন নিৰ্যাতন চলালে এগৰাকী সম্পৰ্কীয় পঞ্চলিশোৰ্ধৰ
Read More...

ইতিহাস ৰচি অলিম্পিকলৈ ভাৰতৰ সাঁতোৰবিদ সাজন প্রকাশ

‘এ’ ষ্টেণ্ডার্ড টাইম অনুসৰণ কৰি অলিম্পিকলৈ যোগ্যতা অর্জন কৰা ভাৰতৰ প্রথমগৰাকী সাঁতোৰবিদ হিচাপে ইতিহাস ৰচিছে সাজন প্রকাশে৷ ইটালীৰ ৰোমত অনুষ্ঠিত ছেট্টি ক’লি ট্রফী ছুইমিঙৰ পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাই ইভেণ্টত ১ মিনিট ৫৬.৩৮ ছেকেণ্ডেৰে তেওঁ
Read More...

ব্রীজৰ মূল অভিনেত্রী শিৱাৰাণী কলিতালৈ শ্রেষ্ঠ অভিনেত্রীৰ আন্তঃৰাষ্ট্রীয় সন্মান

ব্রীজৰ জৰিয়তে অসমীয়া চলচ্চিত্রলৈ আহিছে আন এক সূখবৰ৷ ২২–২৬ জুনলৈ সদ্যসমাপ্ত কানাডাত অনুষ্ঠিত চতুর্থ অ’টোৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল এৱার্ডত কৃষ্টি পথাৰৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নির্মিত বহুল চর্চিত অসমীয়া পূর্ণদৈর্ঘ্যৰ চলচ্চিত্র
Read More...

৪২ টাকৈ হত্যাকাণ্ডৰ মূল অভিযুক্ত কুখ্যাত অপৰাধী বুবু কোৱৰ সংঘৰ্ষত মৃত্যুৰ প্ৰতিক্ৰিয়া অব্যাহত :…

বিগত সময়ত সমগ্ৰ ৰাজ্য কপাই তোলা ৪২ টাকৈ হত্যাকাণ্ডৰ মূল অভিযুক্ত কুখ্যাত অপৰাধী বুবু কোৱৰৰ এক সংঘৰ্ষত নাজিৰা মহকুমাৰ গেলেকী আৰক্ষীৰ গুলীত মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি আজি চাৰিদিন উকলি যোৱাৰ পিছতো সমগ্ৰ জিলাখনত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত
Read More...

মুখত এমোকোৰা হাঁহি লৈ পুনৰ কাৰাৰুদ্ধ জীৱনলৈ অখিল গগৈ

এগৰাকী বিধায়ক হৈয়ো যাব নোৱাৰিলে নিজৰ সমষ্টিলৈ। কেৱল পত্নী-পুত্ৰ-মাতৃৰ সৈতে সময় কটাবলৈ ন্যায়ালয়ৰ অনুমতি লৈহে অতিবাহিত কৰিলে দুটা দিন। গণি গণি ৪৮ ঘণ্টা। কিন্তু সেই সময়তো লগত আছিল সুৰক্ষা কৰ্মীৰ লগতে আগে পিছে শ শ লোক। ৪৮ ঘণ্টীয়া
Read More...

আজিৰে পৰা কাৰ্যকৰী হ’ব কোভিডৰ নতুন SOP

আজিৰে পৰা ৰাজ্যত কাৰ্যকৰী হ’ব কোভিডৰ নতুন SOP। এসপ্তাহৰ বাবে বাহাল থাকিব নতুন SOPৰ বিধিসূহ। শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই কথা জনাইছিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ৪খন জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা
Read More...

BREAKING গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ ভাং

গুৱাহাটী ৰে’লৱে পুলিচে জব্দ কৰে ভাংখিনি ।৩গৰাকী মহিলাই ৰে’লত আহিছিল ভাংখিনি ।জব্দ কৰা ভাংখিনিৰ মূল্য প্ৰায় ১ লাখ টকা । মহিলাকেইগৰাকী সুনিতা দেৱী, অৰপিতা দেৱী আৰু কিৰণ দেৱী ,আগৰতলাৰ পৰা বিহাৰলৈ নিয়া হৈছিল ভাঙখিনি ।
Read More...

ডাইনী কু-সংস্কাৰ বিৰোধী আন্দোলনৰ নেত্ৰী বীৰুবালা ৰাভাৰ আশু আৰোগ্য কামনা

ডাইনী, অন্ধবিশ্বাস, কু-সংস্কাৰৰ বিৰুদ্ধে সততে মাত মাতি অহা নেত্ৰী বীৰুবালা ৰাভা বৰ্তমান ভিন ভিন ৰোগত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ আছে। আপোচবিহীন নেত্ৰী বীৰুবালা ৰাভাক ২০২১চনত ভাৰত চৰকাৰে "পদ্মশ্রী"
Read More...