মুখ্য-পৃষ্ঠা

Jonai Assu News: জোনাইত আছু নেতাক প্ৰহাৰ আৰক্ষীৰ !

জোনাইত আছু নেতাক গুৰুলাগুৰুলকৈ প্ৰহাৰ আৰক্ষীৰ।(Jonai Assu News) যোৱা নিশা বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাক কোনোধৰণৰ কাৰণ নোহোৱাকৈ জোনাই মহকুমা আৰক্ষী বিষয়াই বৰ্বৰ অত্যাচাৰ কৰিছে বুলি অভিযোগ।

Hanuman Jayanti 2025: আজি হনুমান জয়ন্তী, ৪ ৰাশিৰ লোকৰ বাবে অতি শুভ সংকেত

হনুমান জন্মোৎসৱত ৫টা গ্ৰহৰ আচৰিত সংমিশ্ৰণ, বজৰংগবলিয়ে এই লোকসকলৰ সকলো সমস্যা সমাধান কৰিব; আপোনাক অপৰিসীম ধন দিব।(Hanuman Jayanti 2025)

Pimples: কি ভিটামিনৰ অভাৱত গালত পিম্পল ওলাই, কোনসকল লোকে কেতিয়াও খাব নালাগে বুটমাহ ?

আমাৰ বহুতৰে গাল, কপালত পিম্পল ওলাই।(pimples) কেতিয়াবা খাদ্যৰ বাবে, কেতিয়াবা অপৰিষ্কাৰৰ বাবে আধি নানান কাৰণত মুখত পিম্পল ওলাই।

Hanuman Janmotsav 2025: হনুমানক কেনেকৈ আগবঢ়াব পূজা ?

আজি হনুমান জয়ন্তী। আজিৰ দিনটোত হনুমানক চাকি আগবঢ়োৱাৰ পৰম্পৰা আছে। হনুমানক কেনেকৈ চাকি আগবঢ়াব জানো আহক যাতে তেওঁ সুখী হয়।(Hanuman Janmotsav 2025)

HSLC Result 2025: হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫ শতাংশ নম্বৰ লাভ কৰি নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনিলে আয়ুস বৰঠাকুৰে

নাজিৰাৰ চানবচা সন্দিকৈ গাঁৱৰ আয়ুস বৰঠাকুৰে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাজিৰাৰ গুৰুকুলৰ পৰা ৯৫% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনিছে।আয়ুস বৰঠাকুৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে দৈনিক প্ৰায় ৭ঘন্টাকৈ অধ্যয়ন কৰিছিল।(HSLC Result 2025)

Popular