মুখ্য-পৃষ্ঠা

Trump tariff: ভাৰতৰ সৈতে হোৱা সকলো বাণিজ্যিক আলোচনা বাতিল ট্ৰাম্পৰ

ট্ৰাম্পৰ নতুন বোমা, বাণিজ্যিক (Trump tariff) চুক্তিৰ বাবে ভাৰতে এতিয়ালৈকে আমেৰিকাৰ সৈতে পাঁচটা ৰাউণ্ডৰ আলোচনাত মিলিত হৈছে৷

Vitamin: শৰীৰত কি ভিটামিনৰ অভাৱত এজন ব্যক্তিৰ বয়স বৃদ্ধি হ’বলৈ আৰম্ভ হয়?

আমাৰ শৰীৰৰ বাবে ভিটামিন অতি প্ৰয়োজনীয়। (Vitamin) ভিটামিনৰ অভাৱত আণাৰ শৰীৰত বহু সমস্যাই দেখা দিব পাৰে।

Nagaon News: আনিছুৰে গুৰুলা-গুৰুলকৈ প্ৰ*হাৰ কৰিলে খিলঞ্জীয়া যুৱকক !

Nagaon News: মিঞাই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে খিলঞ্জীয়া যুৱকক ! মিঞাই খিলঞ্জীয়া যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা দৃশ্য সামাজিক মাধ্যমত প্ৰচাৰ।

Raksha Bandhan 2025: আজি ভাতৃ-ভগ্নীৰ মাজত মৰম-স্নেহ আদান-প্ৰদানৰ উৎসৱ ৰাখী পূৰ্ণিমা

আজি পবিত্ৰ ৰাখী পূৰ্ণিমা। (Raksha Bandhan 2025) ভাতৃ-ভগ্নীৰ মাজত মৰম-স্নেহ আদান-প্ৰদানৰ উৎসৱ। শাওণ মাহৰ পূৰ্ণিমাৰ দিনা পবিত্ৰ উৎসৱ পালন কৰা হয়।

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ আহ্বানঃ মুখ্যমন্ত্ৰীৰ সমালোচনাত ৰিপুণ বৰা । Ripun Bora 

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ আহ্বানঃ মুখ্যমন্ত্ৰীৰ সমালোচনাত ৰিপুণ বৰা । Ripun Bora 

Popular