Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

আৰাৰ প্ৰথমটো কোভিড ভেকচিন সম্পন্ন

যোৱা ১৩ৰ পৰা ১৫জুনলৈ তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ৰেষ্টুৰেন্ট এছ'চিয়েচন(আৰা)ৰ উদ্যোগত ভেকচিন প্ৰদান কৰা হয় গুৱাহাটীৰ আৰ.জি.বৰুৱা পথৰ 'গুৱাহাটী চেন্ট্ৰেলৰ এগজটিকা গ্ৰীনৰ পাৰ্কিঙত। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত আৰম্ভ কৰা ভেকচিন প্ৰদান
Read More...

বৰপেটাত যোগান বিভাগৰ অভিযান,অবৈধ ভাবে মজুত কৰা ৩৫ ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ

ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি অধিক মূল্যত  চিলিণ্ডাৰ বিক্ৰী কৰা এটা চক্ৰ আজি বৰপেটাৰ যোগান বিভাগে উৎখাত কৰে । বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ  নিৰ্দেশ ক্ৰমে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটা
Read More...

নাজিৰাত মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত মহিলাৰ প্ৰতিবাদ : চৰকাৰৰ চৰ্ত মানি নোলোৱাৰ হুংকাৰ

মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া ৭ টা চৰ্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ দাবানল উদগীৰণ হোৱাৰ মাজতে আজি নাজিৰাতো চৰ্তহীন ভাৱে ঋণ ৰেহাইৰ দাবীত নগৰৰ ৰাজপথলৈ ওলাই আহিল ঋণগ্ৰস্ত মহিলা । নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি
Read More...

কু’ত মাতৃভাষা অসমীয়াত প্ৰথম পোষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া কু’ত যোগদান কৰিছে। আজি তেওঁ মাইক্ৰ’ব্লগিং প্লেটফৰ্মত নিজৰ গৃহ ৰাজ্যৰ ভাষা ‘অসমীয়া’ মুকলি কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কৰা অসমীয়াত প্ৰথমটো কু, ‘মই আনন্দিত যে কু’ এপে মই কু’ত যোগদান কৰাৰ লগে লগে
Read More...

চাপৰমুখ আৰক্ষী আৰু আবকাৰীৰ যৌথ অভিযান : চাপৰমুখৰ মিলনপুৰত মদৰঘাটি উচ্ছেদ

চাপৰমুখ আৰক্ষী চকীৰ অন্তৰ্গত মিলনপুৰত আজি চাপৰমুখ আৰক্ষী আৰু চাপৰমুখ আৱকাৰীৰ সহযোগত অভিযান চলাই প্ৰায় ৭০০ লিটাৰ চুলাই মদ নষ্ট কৰে ৷ জানিব পৰা মতে আজি দুপৰীয়াৰ চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ঘনকান্ত বৰা আৰু চাপৰমুখ আবকাৰীৰ
Read More...

কুকাৰপাৰ গাৱত ব্ৰাউন চুগাৰ আৰু নগদ ধনসহ ড্ৰাগছ ব্যৱসায়ী আটক

বৰপেটাৰ চেঙাৰ সমীপৰ কুৰাকপাৰ গাৱত আজি বহৰিস্থ তাৰাবাৰী থানা আৰু সৰ্থেবাৰী থানাৰ অধীনস্থ মাজদিয়া আৰক্ষী চকীৰ আৰক্ষীৰ যুটীয়া অভিযানত বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰসহ এটা ড্ৰাগছ ব্যৱসায়ী আটক কৰা হয় ৷ আৰক্ষীৰ হাতত ধৃত ড্ৰাগছ ব্যৱসায়ীটো
Read More...

দুলীয়াজানত ভাঙৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান : ভাংসহ এজনক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ

ৰাজ্যৰ সমান্তৰালকৈ তৈলনগৰী দুলীয়াজানতো অবৈধ ভাং, ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে । শেহতীয়াকৈ কালি সন্ধিয়া আৰক্ষীয়ে দুলীয়াজানৰ ৰেলৱে ষ্টেচনৰ সমীপত অভিযান চলাই এটা ভাংৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় । নামৰূপৰ নৱ নিযুক্ত
Read More...

নগাঁও আৰক্ষী ছাউনীত মহানগৰ আৰক্ষীৰ অভিযান: বদ্ৰীনাথ বাৰোৱাতীৰ পত্নীৰ ঘৰৰ পৰা নগদ ৩লাখ টকা, সোণৰ গহণা…

নগাঁও আৰক্ষী ছাউনীত মহানগৰ আৰক্ষীৰ অভিযান। আৰক্ষী উপপৰিদৰ্শক বদ্ৰীনাথ বাৰোৱাতিৰ পত্নীৰ কোৱাৰ্টাৰত অভিযান চলাই মহানগৰ আৰক্ষীয়ে। বিশেষ সুত্ৰে জানিব পৰা মতে আজি গুৱাহাটীত মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰা ৫০লাখ টকাৰ সোণৰ সৈতে সম্পৰ্ক আছিল বদ্ৰীনাথ
Read More...

টীয়কৰ জাঁজীমুখ : পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনীয়তা

যোৰহাট জিলাৰ পূৱ প্ৰান্তত টীয়কত অৱস্থিত জাঁজীমুখ। ৰাষ্ট্রীয় ঘাইপথৰ পৰা আঠ কিলোমিটাৰ নিলগত আছে এই ঐতিহাসিক জাঁজীমুখ। উল্লেখযোগ্য যে, ব্ৰিটিছৰ দিনত জাহাজ ৰখাইছিল এই জাঁজীমুখতে। ব্ৰহ্মপুত্ৰ আৰু জাঁজী নদীৰ সমন্বয়ে সৃষ্টি হৈছে এই জাঁজীমুখ
Read More...