Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

স্বৰ্গীয় ৰেৱতী মোহন বৰঠাকুৰ সামাজিক ন্যাসৰ উদ্যোগত চেনিটাইজেচন কাৰ্য্যসূচী।

স্বৰ্গীয় ৰেৱতী মোহন বৰঠাকুৰ সামাজিক ন্যাসৰ উদ্যোগত চেনিটাইজেচন কাৰ্য্যসূচী।ন্যাসৰ উদ্যোগত হোজাই চহৰৰ বিভিন্ন প্ৰান্তত চেনিটাইচ কৰা হয়।ক'ভিড সংক্ৰমণ ৰোধৰ বাবে সংস্থাটোৱে এই পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য আগবঢ়ায়। লগতে সংস্থাৰ উদ্যোগত ৰাজ্যৰ
Read More...

ঐতিহ্যমণ্ডিত বহৰি সত্ৰক যিকোনো উপায়ে সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পিযুষ হাজৰিকাৰ

ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই আজি বৰপেটা জিলাৰ বহৰিত উপস্থিত হৈ ব্ৰহ্মপুত্ৰ নৈয়ে সৃষ্টি কৰা ব্যাপক খহনীয়া জনিত পৰিস্থিতিৰ  পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয়। নৈৰ গৰাখহনীয়াই অঞ্চলটোৰ লগতে ইয়াৰ মহাপুৰুষ হৰিদেৱৰ দ্বাৰা স্থাপিত ঐতিহাসিক
Read More...

নগাঁৱত সাংসদ গৌৰৱ গগৈৰ কভিড চিকিৎসাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ : এখন এম্বূলেঞ্চ দিয়াৰ ঘোষণা

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত " ফাৰ্ম টু ফুড ফাউণ্ডেচন" আৰু "গুঞ্জৰ" নামৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত আৰু কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ প্ৰচেষ্টাত আজি কভিড চিকিৎসাৰ বাবে প্ৰয়োজনীয় কেতবোৰ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা
Read More...

ৰূপকোঁৱৰৰ জন্মস্থান তামোলবাৰীত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ সময় নহ’ল চৰকাৰ প্ৰশাসনৰ

অসমীয়া কলা সাহিত্য সংস্কৃতিৰ অন্যতম নৱজাগৰণৰ সোঁতা, খনিকৰ ,সুন্দৰৰ পূজাৰী, অসমীয়া চলচ্চিত্ৰ জগতৰ পিতৃ পুৰুষ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি চৰম বঞ্চনা অসম চৰকাৰৰ। এগছি বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি প্ৰদান কৰিবলৈ সময় নহ'ল অসম চৰকাৰ
Read More...

অসম প্ৰেট্ৰৰাসায়নিক প্ৰকল্প নামৰূপলৈ অশনি সংকেত।

অসম চৰকাৰৰ অধীনস্থ অসম প্ৰেট্ৰ ৰাসায়নিক প্ৰকল্প। নামৰূপ চমুকৈ এ, পি, এল, বুলিলে সকলোৱে জ্ঞাত। ইতিমধ্যে সোণালী বৰ্ষত ভৰি দিয়া এই প্ৰকল্প টোলৈ নামিছে অশনি সংকেত। মুলপ্ৰকল্পটোৰ কাষতে নিৰ্মাণ কৰি থকা হৈছে দৈনিক ৫০০মেট্ৰিকটন মেঠানল উৎপাদনৰ
Read More...

ডিব্ৰুগড়ত দুই ছাগলী চোৰক আটক

ক'ভিড পৰিস্থিতিৰ মাজত ডিব্ৰুগড়ত বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস। সান্ধ্য আইন বলৱৎ হৈ থকাৰ মাজতে বিলাসী বাহনত ছাগলী কঢ়িয়াই নিয়াৰ অৱস্থাত দুজনক গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ। ডিব্ৰুগড় চহৰৰ এইছ এছ ৰোডত এ এছ ০৬ জে ৫৮৬৩ নম্বৰৰ বিলাসী বাহনখনৰ পৰা ৮ টাকৈ
Read More...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক সুমতি প্ৰদান কৰিবলৈ শিৱ মন্দিৰত প্ৰাৰ্থনা জামুগুৰিহাটৰ মহিলাৰ।

নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত মাইক্ৰ ফাইনেঞ্চৰ ঋণ মাফ কৰি দিয়া হ'ব বুলি সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যদিও বৰ্তমান কিছু চৰ্ত সাপেক্ষেহে ঋণ মাফ কৰা হ'ব বুলি ঘোষনা কৰাৰ পাছত
Read More...

টংলাত ৰাভা সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলাৰ শুভ উদ্ধোধন সাংসদ দিলীপ শইকীয়াৰ

উত্তৰ পূৱ পৰিষদৰ উন্নয়ন পুঁজিৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া ৰাভা সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলাটি বৃহস্পতি বাৰে মাংগলিক কাৰ্যসূচীৰে শুভাৰম্ভ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা ৮নং মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। শুভাৰম্ভ কৰাৰ পিছতে সভাত
Read More...

বাতিল হ’ল কাছাৰ আৰু নগাওঁ কাগজ কলৰ নিলাম প্ৰক্ৰিয়া।

বাতিল হ’ল কাছাৰ আৰু নগাওঁ কাগজ কলৰ নিলাম প্ৰক্ৰিয়া। কোনেও অংশগ্ৰহণ নকৰিলে নিলাম প্ৰক্ৰিয়াত। গুৱাহাটী, ১৭ জুন:বাতিল হ’ল কাছাৰ আৰু নগাওঁ কাগজ কলৰ নিলাম প্ৰক্ৰিয়া৷কোনেও কাগজ কল দুটা নিলামত ক্ৰয় কৰিবলৈ আগবাঢ়ি নহা বাবেই বাতিল হৈ যায়
Read More...

হোজাইৰ থেপ্লাগুৰি ডাঙৰীয়া বাবাৰ আশ্ৰমৰ সাধুক হত্যাৰ অপচেষ্টা।

হোজাইৰ থেপ্লাগুৰিত ৰাতিপুৱাই ভয়ংকৰ ঘটনা। থেপ্লাগুৰি ডাঙৰীয়া বাবাৰ আশ্ৰমৰ সাধুক হত্যাৰ অপচেষ্টা। আশ্ৰমৰ বৃদ্ধ সাধু ৰামকৃষ্ণ চৌহানক কুৰেৰে আক্ৰমণ কৰি আহত কৰে কোমোৰাকতাৰ দিনৰাজ হাচাম ফুৰা নামৰ যুৱক জনে। উল্লেখ যে, যুৱকজনে দুবাৰকৈ
Read More...