মুখ্য-পৃষ্ঠা

Local News: ড° নগেন ঠাকুৰৰ বিয়োগত অসম সাহিত্য সভাৰ শোক প্ৰকাশ

ভাষাতত্ত্ববিদ আৰু কবি ড° নগেন ঠাকুৰৰ পৰলোকপ্ৰাপ্তিত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী(Local News) আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই সভাৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছে।

HSLC Result 2025: ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল, পৰীক্ষাত উত্তীৰ্ণ ২ লাখ ৭০ হাজাৰ ৪৭১ গৰাকী পৰীক্ষার্থী

ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফল৷ পৰীক্ষাত উত্তীৰ্ণ হৈছে ২ লাখ ৭০ হাজাৰ ৪৭১ গৰাকী।(HSLC Result 2025)

Hanuman Jayanti 2025: হনুমান জয়ন্তীত হনুমানৰ আশীৰ্বাদ লাভ কৰিবলৈ আগবঢ়াওক পাঁচটা বস্তু !

২০২৫ চনৰ ১২ এপ্ৰিল অৰ্থাৎ শনিবাৰে বজৰংগবলী হনুমানৰ জন্ম জয়ন্তী। এই দিনটোত হনুমানক তেওঁৰ প্ৰিয় খাদ্য আগবঢ়ালে তেওঁ সোনকালে সুখী হয়।(Hanuman Jayanti 2025)

HSLC Result 2025: ১০.৩০ বজাত ঘোষণা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।(HSLC Result 2025)পুৱা ১০.৩০ বজাৰ লগে লগে ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল৷

Bhumiputra Chutia people: চুতীয়া জাতি সন্মিলনৰ শততম প্ৰতিষ্ঠা দিৱস উদযাপন

ঢকুৱাখনা জিলা চুতীয়া(Bhumiputra Chutia people) জাতি সম্মিলনৰ উদ্যোগত জিলা মহিলা সম্মিলন, যুৱ সম্মিলন আৰু মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত সদৌ চুতীয়া জাতি সম্মিলন, অসমৰ (Celebrating the 100th Foundation Day) শতবর্ষ উদযাপন৷

Popular