মুখ্য-পৃষ্ঠা

Chapar News: চাপৰ শিক্ষা খণ্ডৰ গেৰাভিটা কেলেষ্টাৰৰ শিক্ষকসকলক মুখ্যমন্ত্ৰীৰ বিহুৰ ওলগ, ফুলাম গামোচা, মানপত্ৰ প্ৰদান

চাপৰ শিক্ষা খণ্ডৰ গেৰাভিটা কেলেষ্টাৰৰ শিক্ষকসকলক মুখ্যমন্ত্ৰীৰ বিহুৰ ওলগ, ফুলাম গামোচা, মানপত্ৰ প্ৰদান।(Chapar News)

Dharmendra: চকুত বেণ্ডেজ, ৮৯ বছৰীয়া ধৰ্মেন্দ্ৰ অকলে চিকিৎসালয়ত ! প্ৰবীণ অভিনেতাজনৰ কি হ’ল?

দুসপ্তাহমান পূৰ্বে প্ৰবীণ অভিনেতাগৰাকীক চকুৰ চিকিৎসালয়লৈ যোৱা দেখা গৈছিল। সোঁ চকুত ডাঙৰ বেণ্ডেজ লৈ ওলাই অহাৰ লগে লগে তেওঁক ঘেৰি ধৰিলে পাপাৰাজীয়ে।(Dharmendra)

Sunita Williams: হিমালয়ৰ সৌন্দৰ্য্য অপূৰ্ব, মহাকাশৰ পৰা দেখিবলৈ কেনেকুৱা ভাৰত; ক’লে সুনীতা উইলিয়ামছে

মহাকাশৰ পৰা ভাৰত দেখিবলৈ কেনেকুৱা, পৃথিৱীলৈ ঘূৰি অহাৰ পিছত প্ৰথমবাৰৰ বাবে ক'লে সকলো কথা।(Sunita Williams)

Medicines: পুনৰ বাঢ়িল জীৱনদায়িনী ঔষধৰ মূল্য

১ এপ্ৰিলৰ দিনাই দেশবাসীৰ বাবে বেয়া খবৰ। পুনৰ বাঢ়িল জীৱনদায়িনী ঔষধৰ দাম। আজিৰে পৰা বৃদ্ধি ৭৮৪ বিধ ঔষধৰ দাম।(Medicines)

Bilasipara News: ঈদৰ আনন্দ-উলাহৰ মাজতে বিলাসীপাৰাত ভয়ংকৰ মাৰপিটৰ ঘটনা

ঈদৰ আনন্দ-উলাহৰ মাজত বিলাসীপাৰাত ভয়ংকৰ মাৰপিটৰ ঘটনা।(Bilasipara News)টিলাপাৰা বজাৰত অ'টো ভাড়াক কেন্দ্ৰ কৰি সৃষ্টি হয় কুৰুক্ষেত্ৰৰ। মাৰপিটত গুৰুতৰভাৱে আহত এজন।

Popular