Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

বৰপেটা আৰক্ষীৰ ড্ৰাগছ আৰু সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত

বৰপেটাৰ পৰা নিখিল দাসৰ প্ৰতিবেদন,৮ জুন:: বৰপেটাত ক্ৰমাৎ বৃদ্ধি পাই আহিছে ড্ৰাগছ আৰু সুৰাৰ ব্যৱসায়ী । একাংশই চলাই এ আহিছে এনে অবৈধ ব্যৱসায়। বৰপেটা আৰক্ষীয়ে অভিযান চলাই দুজন সুৰাৰ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। আতকধীন
Read More...

বকোৰ ভখুৰাদিয়াত চোৰাং কাঠৰ বিৰুদ্ধে বকোৰ বনকৰ্মীৰ নিশা অভিযান : অবৈধ কাঠফলা মিল জব্দ

বকোৰ আগছিয়াৰ পৰাও গাড়ীসহ জব্দ বৃহৎ পৰিমানৰ ফলাকাঠ বন মাফিয়াৰ হাতোৰাত বন্দী পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ সংৰক্ষিত বনাঞ্চলসমূহ সম্প্ৰতি উছন হোৱাৰ পথত ৷ দীৰ্ঘদিন ধৰি ইয়াৰ মূল্যৱান বনজ সম্পদৰ লগতে
Read More...

মুছলপুৰত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ বিলাতী সুৰা

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে ড্ৰাগছ্,অবৈধ সুৰা আদিৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ সময়তে আজি বাক্সা জিলাৰ মুছলপুৰ সদৰ আৰক্ষীয়ে মুছলপুৰত জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা ৷ জানিব পৰা মতে আজি পুৱা মুছলপুৰৰ বেলগুৰি চ'কত
Read More...

কাকীৰ উচ্ছেদক লৈ দক্ষিণ বৰপেটা জিলা আমছু’ৰপ্ৰতিবাদঃকলা বেজ পৰিধান

 সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ ʼআমছুʼৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে কালি  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে দক্ষিণ বৰপেটা জিলা আমছুৱে হোজাই জিলাৰ কাকী অঞ্চলৰ ৭৪ টা পৰিয়ালক কালি প্ৰশাসনে উচ্ছেদ কৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী
Read More...

বাক্সাৰ ভূটানখুঁটিত বন্যহস্তীৰ তাণ্ডৱ : তহিলং কৰিলে ঘৰ-দুৱাৰ, খেতি পথাৰ

ক'ৰোনা মহামাৰীৰ ত্ৰাসৰ মাজতে ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ দৈনিক ভিন্ন ঠাইত বন্যহস্তীয়ে চলাই আহিছে তাণ্ডৱ ৷ একাংশই বনাঞ্চল ধ্বংস কৰি অহাৰ ফলতে প্ৰায়ে জনাঞ্চললৈ ওলাই আহে বনৰীয়া হাতীৰ জাক ৷ ফলত উভয় পক্ষৰ সংঘাতত কেতিয়াবা যদি
Read More...

ধুবুৰীৰ ভাৰত-বাংলা সীমান্ত অঞ্চলৰ পৰা ভাৰতীয় দুই লাখ টকাৰ জাল নোট জব্দ। আটক ২ ।

ধুবুৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্তৱৰ্তী বিন্নাছোৰা অঞ্চলৰ পৰা ভাৰতীয় মুদ্ৰাৰ দুই লাখ টকাৰ জালনোট সহ আটক দুই অপৰাধী। এক গোপন সুত্ৰৰ পম খেদি আজি ধুবুৰী আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে বিন্নাছোৰাত চলাইছিল
Read More...

অভি-নীল হত্যাকাণ্ডৰ ৩ বছৰ: আজিও ন্যায়ৰ অপেক্ষাত পিতৃ-মাতৃ

৮ জুন দিনটোৱে ৰাজ্যবাসীক পুনৰ সোঁৱৰাই দিলে ডকমকা কাণ্ডৰ সেই শিহৰণকাৰী অধ্যায়ৰ। দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডই আজি তিনি বছৰ সম্পূৰ্ণ কৰিলে। আজিও ন্যায়ৰ অপেক্ষাত অভি-নীলৰ দুয়োটা দুৰ্ভগীয়া পৰিয়াল। ২০১৮ চনৰ আজিৰ দিনটোতে কাৰ্বি আংলং জিলাৰ
Read More...

আৰিমাৰী গাওঁ পঞ্চায়তত এম জি এনৰেগা আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চলিছে ব্যাপক দুৰ্নীতি অনিয়ম । উন্নয়ন খণ্ডৰ  একাংশ চৰকাৰী বিষয়া / কৰ্মচাৰীৰ সহযোগত জনপ্ৰতীনিধি  লিপ্ত হৈছে  ব্যাপক দুৰ্নীতি অনিয়মত । এটাৰ পিছত আন এটা দুৰ্নীতি অনিয়মৰ তথ্য পোহৰলৈ আহিছে  দৰঙৰ
Read More...

ছুইগী–জমেট’ বয়ৰ বেশত ড্রাগ্ছৰ হোম ডেলিভাৰী

ক’ৰোনাসৃষ্ট পৰিস্থিতিত ৰাজ্যজুৰি বলৱৎ হৈ আছে আংশিক লকডাউন৷ দুপৰীয়া ১ বজাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন৷ কিন্তু অনলাইন ডেলিভাৰী সেৱাসমূহক সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে৷ ইয়াৰে সুযোগ লৈ একাংশ অসাধু ব্যক্তিয়ে চলাই গৈছে মাৰাত্মক
Read More...