মুখ্য-পৃষ্ঠা

Medicines: পুনৰ বাঢ়িল জীৱনদায়িনী ঔষধৰ মূল্য

১ এপ্ৰিলৰ দিনাই দেশবাসীৰ বাবে বেয়া খবৰ। পুনৰ বাঢ়িল জীৱনদায়িনী ঔষধৰ দাম। আজিৰে পৰা বৃদ্ধি ৭৮৪ বিধ ঔষধৰ দাম।(Medicines)

Bilasipara News: ঈদৰ আনন্দ-উলাহৰ মাজতে বিলাসীপাৰাত ভয়ংকৰ মাৰপিটৰ ঘটনা

ঈদৰ আনন্দ-উলাহৰ মাজত বিলাসীপাৰাত ভয়ংকৰ মাৰপিটৰ ঘটনা।(Bilasipara News)টিলাপাৰা বজাৰত অ'টো ভাড়াক কেন্দ্ৰ কৰি সৃষ্টি হয় কুৰুক্ষেত্ৰৰ। মাৰপিটত গুৰুতৰভাৱে আহত এজন।

Debojit Borah: অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাক অসম কাব্য কাননৰ সম্বৰ্ধনা

'বড়ো, তিৱা, কাৰ্বি, কোঁচ- ৰাজবংশী আদি জনগোষ্ঠীৰ গলবস্ত্ৰ, নগা পাহাৰৰ গলবস্ত্ৰ, তামিলনাডুৰ গলবস্ত্ৰৰে মোক সম্ভাষণ জনাইছে।(Debojit Borah)

Electricity Tariff: আজিৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল, প্ৰতি ইউনিটত ১টকাকৈ হ্ৰাস পাব

আজিৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল।(Electricity Tariff)প্ৰতি ইউনিটত ১টকাকৈ হ্ৰাস পাব। সামাজিক মাধ্যমত এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Nikhamoni Bora: জলপৰী নিশামনিৰ আন এক সফলতা, অল ইণ্ডিয়া উইণ্ডৰ্চাফিং আৰু কাইট বৰ্ডিং প্ৰতিযোগিতাত সোণৰ পদক জয়

জলপৰী নিশামনিৰ আন এক সফলতা ৷ অল ইণ্ডিয়া উইণ্ডচাৰ্ফিং আৰু কাঁইট বৰ্ডিং প্ৰতিযোগিতাত সোণৰ পদক জয়।(Nikhamoni Bora)

Popular