মুখ্য-পৃষ্ঠা

Fifa World Cup 2026: ২০২৬ৰ বিশ্বকাপ খেলিবনে মেছিয়ে ? ব্ৰাজিলক পৰাস্ত কৰাৰ পিছদিনা আৰ্জেণ্টিনাৰ অধিনায়কলৈ প্ৰশ্ন

মঙলবাৰে নিশা ঘৰুৱা ক্ষেত্ৰত ব্ৰাজিলক ৪-১ গ’লত পৰাস্ত কৰে আৰ্জেণ্টিনাই। বিশ্বকাপৰ টিকটো ক্ৰয় কৰিছে। অৱশ্যে প্ৰশ্ন উত্থাপন হৈছে যে ব্ৰাজিলৰ মেচখনৰ দৰেই লিয়নেল মেছিৰ অবিহনে বিশ্বকাপ খেলিব লাগিব নেকি?(Fifa World Cup 2026)

Sishu Samaruh: পূৱ যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণিৰ লগতে ৩৩ সংখ্যক শিশু সমাৰোহৰ শুভাৰম্ভণি

চাৰিদিনীয়া কাৰ্য্যসূচীৰ বৃহস্পতিবাৰে প্ৰথম দিনৰ কাৰ্যসূচী চঙী লাহিংত অৱস্থিত মুখ্য কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয়। ১৯৩৭ চনতে জন্ম লাভ কৰা শিশু কল্যাণকামী স্বেচ্ছাসেৱী অনুষ্ঠানটিয়ে পঞ্চাশটা বৰ্ষ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ।(Sishu Samaruh)

Horoscope: শত্ৰুৱেও আপোনাক প্ৰশংসা কৰিব, আপুনি লাভ কৰিব টকা-পইচা ! আজি পঢ়ক মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ ৰাশিফল

কৰ্মক্ষেত্ৰত সফলতা, প্ৰেম জীৱনত মধুৰতা আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে। কিছুমান ৰাশিৰ গৰাকীয়ে আৱেগিক ভাৰসাম্য ৰক্ষা কৰাটো প্ৰয়োজন। গোটেই দিনটো ইতিবাচক চিন্তা বজাই ৰাখক আৰু ধৈৰ্য্যৰে কাম কৰক।(Horoscope)

অসম চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ । assam cabinet

অসম চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ । assam cabinet

দৰঙৰ মহলীয়াপাৰাস্থিত পদুম পুখুৰীৰ গৰাখহনীয়া প্ৰতিৰোধী শৈলবান্ধ নিৰ্মাণৰ শুভাৰম্ভ । Darrang

দৰঙৰ মহলীয়াপাৰাস্থিত পদুম পুখুৰীৰ গৰাখহনীয়া প্ৰতিৰোধী শৈলবান্ধ নিৰ্মাণৰ শুভাৰম্ভ । Darrang

Popular