মুখ্য-পৃষ্ঠা

HS 1st Year Exam: ব’হাগ বিহুৰ পিছত উচ্চতৰ মাধ্যমিকৰ বাকী থকা পৰীক্ষা

সম্প্ৰতি প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল হোৱা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাকী থকা প্ৰশ্ন কাকতৰ পৰীক্ষাৰ বাবে নতুন দিন ঘোষণা কৰিব ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে৷(HS 1st Year Exam)

Nalbari Baibhav Award: ২০২৪-২৫ বৰ্ষৰ ‘নলবাৰী বৈভৱ বঁটা’ বিশিষ্ট সমাজকৰ্মী, ক্ৰীড়া সংগঠক মনোজ কুমাৰ চৌধুৰীলৈ

২০২৪-২৫ বৰ্ষৰ 'নলবাৰী বৈভৱ বঁটা' বিশিষ্ট সমাজকৰ্মী, ক্ৰীড়া সংগঠক মনোজ কুমাৰ চৌধুৰীলৈ৷(Nalbari Baibhav Award)

Mitradev Mahanta: প্ৰাক্তন সভাপতি মিত্ৰদেৱ মহন্তক স্মৰণ অসম সাহিত্য সভাৰ

অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ, অভিনেতা তথা অসম সাহিত্য সভাৰ ১৯৬৪ চনৰ ডিগবৈ অধিৱেশনৰ সভাপতি মিত্ৰদেৱ মহন্তৰ মৃত্যু দিৱসটি আজি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হয়।(Mitradev Mahanta)

Donald Trump: বিৰোধীৰ প্ৰশ্নৰ সন্মুখত নতুন নিৰ্দেশনা ! আমেৰিকাৰ নিৰ্বাচনী প্ৰক্ৰিয়া পৰিৱৰ্তনৰ নিৰ্দেশ ট্ৰাম্পৰ

ট্ৰাম্পৰ নতুন কাৰ্যবাহী আদেশ অনুসৰি নাগৰিকত্বৰ প্ৰমাণ অবিহনে কোনো ভোটাৰে আমেৰিকাত ভোটদানৰ বাবে পঞ্জীয়ন কৰিব নোৱাৰিব। তদুপৰি নির্বাচনৰ দিনলৈকে সকলোৱে ভোটদান কৰিব লাগিব বুলিও নিদেৰ্শত উল্লেখ আছে৷(Donald Trump)

TV Vastu Tips: ঘৰৰ কোন দিশত টিভি ৰাখিব নালাগে, টিভি ৰখাৰ নিয়ম জানি লওক !

প্ৰতিটো ঘৰতে টিভি থকাটো সাধাৰণ কথা। কিন্তু আপুনি জানেনে যে এটা দিশ আছে য’ত ভুলতেও টিভি ৰখা উচিত নহয়। ভুল দিশত টিভি কৰিলে সুখী পৰিয়ালও ছিন্নভিন্ন হৈ পৰে।(TV Vastu Tips)

Popular