মুখ্য-পৃষ্ঠা

Russia-Ukraine war: শীঘ্ৰেই শেষ হ’ব ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ !

ট্ৰাম্পে কয় যে ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ বাহিনীৰ এটা অংশ ঘেৰাও কৰিছে। তেওঁ পুটিনক তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিবলৈ অনুৰোধ জনাইছে। ট্ৰাম্পে লগতে কয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ অতি সোনকালে শেষ হ’ব বুলি আশাবাদী।(Russia-Ukraine war)

Dr. Lakshahira Das: বিশিষ্ট শিক্ষাবিদ, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী ড° লক্ষহীৰা দাসৰ দেহাৱসান

বিশিষ্ট শিক্ষাবিদ, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী ড° লক্ষহীৰা দাসৰ দেহাৱসান।(Dr. Lakshahira Das) ৰাজগড়ৰ নিজ বাসগৃহত দেহাৱসান বিশিষ্ট শিক্ষাবিদগৰাকীৰ।

yuzvendra chahal: দেশৰ হৈ খেলাৰ আশা শেষ নেকি চাহালৰ?

দেশৰ হৈ খেলাৰ আশা ত্যাগ কৰিছেনে চাহালে? টেষ্ট ছিৰিজৰ সময়ত বিদেশত খেলিব স্পিনাৰ!(yuzvendra chahal)

Asom Sahitya Sabha: অসম সাহিত্য সভাৰ মন জুৰুৱা অনুষ্ঠান, সভাপতি-প্ৰধান সম্পাদকক বিশেষ সম্বৰ্ধনা; গুৱাহাটী কাৰ্যালয়ৰ দায়িত্ব অৰ্পণ

অকল গ্ৰন্থ প্ৰকাশেই নহয়, ডিজিটেল মাধ্যমৰ যোগেদিও শিশু-চেমনীয়াসকলক সাহিত্যমুখী(Asom Sahitya Sabha) কৰাৰ ব্যৱস্থাৰ লগতে প্ৰতিখন জিলাতেই বিজ্ঞান মেলা অনুষ্ঠান, আবৃত্তি কোষ গঠন কৰা হ'ব।

Amit Shah: তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

৩ দিনীয়া ভ্ৰমণসূচীৰে অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। (Amit Shah)আজি লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন কৰিব গৃহমন্ত্ৰীয়ে।

Popular