মুখ্য-পৃষ্ঠা

Oscars 2025: ২০২৫ বৰ্ষৰ অস্কাৰ বঁটা ঘোষণা, ২০২৫ চনৰ অস্কাৰত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিলে‘ANORA’ই

২০২৫ বৰ্ষৰ অস্কাৰ বঁটা ঘোষণা কৰা হ'ল।(Oscars 2025) শ্ৰেষ্ঠ অভিনেতাৰ বঁটা এড্ৰিয়ান ব্ৰডীলৈ।শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা মিকি মেডিচনলৈ।

Volodymyr Zelenskyy: ড’নাল্ড ট্ৰাম্পৰ সৈতে বিবাদৰ পাছত ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ কাষ চাপিল জেলেনস্কি !

ব্ৰিটেইনে ইউক্ৰেইনক ২৪ হাজাৰ কোটি টকাৰ ঋণ দিছিল, আমেৰিকাত হোৱা বিবাদৰ পিছত জেলেনস্কিয়ে পুনৰ হাঁহিছে। (Volodymyr Zelenskyy)

Eating Food: খোৱাৰ সময়ত কৰা স্বামী-স্ত্ৰীৰ ভুলে এখন ঘৰ নৰকলৈ পৰিণত কৰে !

আমাৰ শৰীৰৰ বাবে খাদ্য অতি গুৰুত্বপূৰ্ণ। সেয়েহে বাস্তু শাস্ত্ৰই খাদ্য ৰন্ধা, খোৱা, পৰিবেশন কৰা আদিৰ কিছু নিয়ম দিছে।(Eating Food)

Novel Launched: কলকাতাৰ পূর্বোদয় সাহিত্য উৎসৱত উন্মোচিত প্রমোদ কলিতাৰ ‘উৰি গৈল ৰাজহংস’

ইন্ডিয়া (ISCS)ই আয়োজন কৰা পূর্বোদয় সাহিত্য উৎসৱত আজি উন্মোচিত হয় অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৰচনা কৰা উপন্যাস “উৰি গৈল ৰাজহংস”ৰ বাংলা অনুবাদ।(Novel Launched)

Rita Choudhury: সামাজিক মাধ্যমত অখিল গগৈলৈ মুকলি চিঠি ৰীতা চৌধুৰীৰ

বিগত দিন ধৰি অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীক বি বৰুৱা কলেজত নিযুক্তিক লৈ তীব্ৰ বাকযুদ্ধ চলি আছিল। এনে সময়তে অখিল গগৈলৈ বুলি সামাজিক মাধ্যমত মুকলিকৈ চিঠি ৰীতা চৌধুৰীয়ে।(Rita Choudhury)

Popular