মুখ্য-পৃষ্ঠা

বোকাখাতৰ পাণবাৰী CRPF কেম্পত গ্ৰেনেড বিস্ফোৰণ – তিনিজন আৰক্ষী জোৱান আহত, অঞ্চলত হাই এলাৰ্ট জাৰি

বোকাখাতৰ পাণবাৰী CRPF কেম্পত গ্ৰেনেড বিস্ফোৰণ – তিনিজন আৰক্ষী জোৱান আহত, অঞ্চলত হাই এলাৰ্ট জাৰি

Hard Stool: কঠিন মলত্যাগ কৰাৰ সময়ত হোৱা বিষৰ পৰা কেনেকৈ সকাহ?

বেয়া খাদ্যাভ্যাসৰ বাবে বেছিভাগ(Hard Stool)মানুহেই কঠিন মলৰ সমস্যাত অশান্তি পায়। পানীৰ অভাৱ আৰু অস্বাস্থ্যকৰ খাদ্যৰ বাবে মল খুব কঠিন হৈ পৰে।

Development: উন্নয়নৰ খতিয়ানঃ উন্নয়ন হওক সামাজিক, সাংস্কৃতিক, বৌদ্ধিক ক্ষেত্ৰত

বৰ্তমান সময়ত সৰ্বত্ৰ কেৱল উন্নয়নৰ শ্ল'গান।(Development)বাটে-ঘাটে, বজাৰে-সমাৰে মানুহৰ মুখত কেৱল উন্নয়নৰ কথা।

Local News: মুকালমুৱাৰ বৰধাপৰ পৰা গুৱাহাটীলৈ যোৱা যুৱক সন্ধানহীন

মুকালমুৱাৰ বৰধাপৰ(Local News) এজন যুৱক সন্ধান হীন হোৱাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰময় পৰিস্থিতি দেখা গৈছে।

Iran blocks Hormuz: হৰমুজ জলদ্বীপ বন্ধ হ’লে ভাৰতে ক’ৰ পৰা পাব তেল?

ইজৰাইল-ইৰাণ সংঘাত আৰু ইৰাণৰ কেইবাটাও(Iran blocks Hormuz)পাৰমাণৱিক ঘাটিত আমেৰিকাই বোমা বিস্ফোৰণৰ বাবে উত্তেজনা সৰ্বকালৰ উচ্ছতম স্তৰত আছে৷

Popular