মুখ্য-পৃষ্ঠা

MP Rakibul Hussain: সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণত জড়িত ১০ জনৰ নাম প্ৰকাশ

বৃহস্পতিবাৰে নগাওঁত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনক কোনো দুৰ্বৃত্তই মুখত ক'লা কাপোৰ পৰিধান (MP Rakibul Hussain)কৰি আক্ৰমণ কৰে

Women Cm: মহিলা প্ৰথমঃ দেশৰ বিভিন্ন ৰাজ্যত কাৰ্যনিৰ্বাহ কৰা মহিলা মুখ্যমন্ত্ৰীসকল

মহিলা প্ৰথম। (Women Cm)এই নীতিৰেই চলি আছে ভাৰতবৰ্ষ। ভাৰতৰ ৰাজনীতিত স্বাধীনতাৰ পিছৰে পৰাই মহিলাই ৰাজনীতিত বিশেষ প্ৰাধান্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

BJP CM: ৫০ বছৰীয়া ৰেখা গুপ্তা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী, জানো আহক বিজেপিৰ আটাইতকৈ কম বয়সীয়া আৰু বয়সীয়াল মুখ্যমন্ত্ৰী কোন ?

দিল্লীৰ ৰামলীলা ময়দানত শপত গ্ৰহণ কৰি দিল্লীৰ নৱম মুখ্যমন্ত্ৰী হ’ল ৰেখা গুপ্তা। লগতে দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। শালীমাৰ বাগৰ পৰা বৰ্তমানৰ বিধায়িকা ৰেখা গুপ্তাৰ বয়স ৫০ বছৰ। (BJP CM)

Horoscope: মিথুন ৰাশিৰ লোকৰ ভাল হ’ব, কন্যা ৰাশিৰ লোকে স্বাস্থ্যৰ যত্ন লওক; আজিৰ ৰাশিফল ​​পঢ়ক

গ্ৰহৰ গতিবিধিৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনে সকলো ৰাশিৰ জীৱনত প্ৰভাৱ পেলাই। এই পৰিৱৰ্তনে বিত্ত, পৰিয়াল, কেৰিয়াৰ আৰু স্বাস্থ্যৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহত প্ৰভাৱ পেলাই। আপোনাৰ আজিৰ ৰাশিফল ​​ইয়াত পঢ়ক।(Horoscope)

Sleep: সুখী মানুহৰ টোপনি কম, দুখী মানুহৰ টোপনি বেছি! কিন্তু, কিয়, আছে ৰহস্য !

শেহতীয়াকৈ কৰা এক অধ্যয়নত এই আচৰিত কথাটো প্ৰকাশ পাইছে যে সুখী লোকসকলক কম টোপনিৰ প্ৰয়োজন হয়, আনহাতে যেতিয়া তেওঁলোকে দুখ অনুভৱ কৰে তেতিয়া তেওঁলোকে অধিক টোপনিৰ ইচ্ছা অনুভৱ কৰে।(Sleep)

Popular