মুখ্য-পৃষ্ঠা

Binita Chetry: ইতিহাস ৰচিলে অসম কন্যা, Britain’s Got Talent 2025ত জিলিকিল বিনীতা

কাৰ্বি আংলঙ জিলাৰ(Binita Chetry) এখন সৰু চহৰ বুকাজানৰ ৯ বছৰীয়া কণ্যা বিনিতা ছেত্ৰীয়ে ব্ৰিটেইনৰ গট টেলেণ্ট (BGT) ২০২৫ চনৰ গ্ৰেণ্ড ফিনেলত দ্বিতীয় ৰানাৰ-আপ হোৱাৰ গৌৰৱ অর্জন কৰে।

Parameshwar Sharma: পৰমেশ্বৰ শৰ্মালৈ জীৱনজোৰা কৃতিত্বৰ বঁটা

জালুকবাৰী নিবাসী তথা ভাৰতীয় (Parameshwar Sharma) ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া পৰমেশ্বৰ শৰ্মাক ' ইণ্ডিয়ান ইন্সটিটিউট অৱ ভেলুৱাৰচ' আৰু ৰেজিষ্টাৰড ভেল্যুৱাৰ্ছ ফাউণ্ডেছনে জীৱনজোৰা কৃতিত্বৰ বঁটা প্ৰদান কৰে।

Dr Dalimi Konwar: অসমীয়া লোক সংস্কৃতিৰ গৱেষক, দিহানাম আৰু বিহুৰ বিচাৰক ড° ডালিমী কোঁৱৰৰ দেহাৱসান

অসমীয়া লোক সংস্কৃতিৰ গৱেষক, দিহানাম আৰু বিহুৰ বিচাৰক ড০ ডালিমী কোঁৱৰ আৰু নাই।(Dr Dalimi Konwar)নুনমাটিৰ নিজা বাসগৃহত ৩.২০ বজাত শেষ নিশ্বাস ত্যাগ।

Weather Update: তীব্ৰ গৰমে দহিব ৰাজ্যক, জুনত কমিব বৰষুণ

কেইটামান(Weather Update) দিনৰ পিছতে তীব্ৰ গৰমে দহিব ৰাজ্যক৷ শেহতীয়াকৈ সমগ্ৰ ৰাজ্যত অবিৰত বৰষুণত মানুহৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে৷

Baba Vanga Predictions 2025: ২০২৫ৰ আগন্তুক ৭ মাহ বিলাসীতাত কটাব ৫ৰাশিৰ লোকে !

মহান বাবা ভাংগাই ২০২৫ বৰ্ষৰ বাবে বহু গুৰুত্বপূৰ্ণ ভৱিষ্যদ্বাণী কৰিছে। ইয়াৰ লগতে এই বছৰ কোনবোৰ ৰাশিৰ বাবে বিশেষ হ’ব সেই কথাও কৈছে।(Baba Vanga Predictions 2025)

Popular