মুখ্য-পৃষ্ঠা

Duliajan News: দুলীয়াজানৰ মাৰপিটৰ গোচৰত আটছাৰ উপদেষ্টা প্ৰকাশ চাহুক গ্ৰেপ্তাৰ

প্ৰকাশ শাহুক আটক দুলীয়াজান আৰক্ষীৰ।(Duliajan News)বৰডুবিৰ কেহাং বাগানৰ পৰা আটক।উৰে নিশা দুলীয়াজান থানাৰ OC ভাস্কৰ শইকীয়াৰ নেতৃত্বত চলিছিল অভিযান।

Pahalgam Attack: পেহেলগামত নিহত কৰ্ণাটকৰ লোকৰ নিকটাত্মীয়ক অসম চৰকাৰৰ সাহায্য প্ৰদান মন্ত্রী বিমল বড়াৰ, শিৱমোগ্গা আৰু বাংগালুৰুত তিনিটা পৰিয়ালক সাক্ষাৎ

পেহেলগামৰ বৈচাৰণ ভেলীত যোৱা(Pahalgam Attack)২২এপ্ৰিলত সন্ত্রাসবাদীৰ গুলীচালনতা নিহত সকলৰ নিকটাত্মীয়ক আৰ্থিক সাহায্য প্ৰদান অসম চৰকাৰৰ।

Gureshwar news: গোৰেশ্বৰৰ কেইবাটাও গ্ৰাম্যপথ মেৰামতিৰ ব্যৱস্থা অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ

নৱগঠিত(gureshwar news)গোৰেশ্বৰ বিধানসভা সমষ্টিৰ স্থানীয় জনপ্ৰতিনিধিৰ অদক্ষতাৰ হেতুকে কেইবাটাও গুৰুত্বপূৰ্ণ গ্ৰাম্যপথ বিধস্ত হৈ পৰে।

Pakistan: ১০ মাহত পাকিস্তানে লাভ কৰিছে ১.৪৩ লাখ কোটি টকা অনুদান আৰু ঋণ

১০ মাহত পাকিস্তানে ৰ.৪৩ লাখ কোটি(Pakistan)টকাৰ (ভাৰতীয় মুদ্ৰাত) আন্তঃৰাষ্ট্ৰীয় সাহায্য লাভ কৰিছিল৷ ইয়াত অনুদানৰ লগতে ঋণো অন্তৰ্ভুক্ত কৰা হৈছে৷

Minister Ranjit Kumar Das: পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত কানপুৰৰ শুভম দ্বিবেদীৰ পৰিয়ালক সাক্ষাৎ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত কানপুৰৰ শুভম দ্বিবেদীৰ পৰিয়ালক সাক্ষাৎ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ(Minister Ranjit Kumar Das)

Popular