মুখ্য-পৃষ্ঠা

Smoking Quitting: ধনে আপোনাক নিচা ত্যাগ কৰাত সহায় কৰিব পাৰেনে, ধূমপান এৰিবলৈ আৰ্থিক পুৰষ্কাৰ দিলে আপুনি চিগাৰেট এৰিবনে?

Smoking Quitting: ধনে আপোনাক নিচা ত্যাগ কৰাত সহায় কৰিব পাৰেনে, ধূমপান এৰিবলৈ আৰ্থিক পুৰষ্কাৰ দিলে আপুনি চিগাৰেট এৰিবনে?

Virender Sehwag: বিবাহ বিচ্ছেদৰ বাতৰিয়ে গতি লাভ কৰাৰ পিছতে বীৰেন্দ্ৰ ছেহৱাগৰ পত্নীয়ে প্ৰাইভেট কৰিলে নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইল

ছেহৱাগে তেওঁৰ পত্নী আৰতিক ইনষ্টাগ্ৰামত আনফ’ল’ কৰিছে। ইনষ্টাগ্ৰামত ১৭৮ হাজাৰ ফ’ল’ৱাৰ থকা আৰতীয়ে বিবাহ বিচ্ছেদৰ বাতৰি ভাইৰেল হোৱাৰ পিছতে নিজৰ প্ৰফাইল প্ৰাইভেট কৰে।(Virender Sehwag)

Potato: প্ৰতিদিনে আলু খাই নেকি? আলু খোৱাৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে জানক

বি পি নিয়ন্ত্ৰণ কৰাৰ উপৰিও আলুত প্ৰচুৰ পৰিমাণে আঁহ আৰু পটাছিয়াম থাকে। প্ৰায়ে মানুহৰ ঘৰত প্ৰতিদিনে আলু খোৱা হয়। এই খবৰটোত আমি আপোনালোকক জনাম দৈনিক আলু খোৱাৰ উপকাৰিতাৰ বিষয়ে।(Potato)

Saif Ali Khan: ‘কৰীনা আৰু মই ১১ নং মহলাত আছিলোঁ…’ আক্ৰমণৰ নিশাৰ কাহিনী ক’লে অভিনেতাজনে

১৬ জানুৱাৰীৰ নিশা ছৈফ আলী খানৰ প্ৰকৃততে কি হৈছিল? এই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ছৈফৰ আক্ৰমণক লৈও প্ৰশ্ন উত্থাপন হৈছে। কোনোৱে ইয়াক অভিনয় বুলি অভিহিত কৰিছে,(Saif Ali Khan) কোনোৱে এই আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ছেইফ আলী খানে নিজেই এই আক্ৰমণৰ সমগ্ৰ কাহিনী আৰক্ষীক কৈছে।

Earthquake: ৰাজ্যত ভূমিকম্প, নিশা ১২.৫৩ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়

ৰাজ্যত ভূমিকম্প। নিশা ১২ বাজি ৫৩ মিনিটত অনুভূত কম্পন। (Earthquake)

Popular