মুখ্য-পৃষ্ঠা

Anti-Terror Message: বিশ্বলৈ ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী বাৰ্তা কঢ়িয়াই নিব ৭ গৰাকী সাংসদে

বিশ্বলৈ ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী বাৰ্তা কঢ়িয়াই নিব ৭ গৰাকী সাংসদে।(Anti-Terror Message)

Akashteer: ৰাডাৰ আৰু বুদ্ধিমত্তাৰে পৰিচালিত যুদ্ধৰে পাকিস্তানক ধৰাশায়ী কৰিলে এই প্ৰযুক্তিয়ে

অন্ধকাৰ আকাশত জাগি উঠিছে এক নতুন যোদ্ধা।(Akashteer) ই যুঁজাৰু বিমানৰ দৰে গৰ্জন কৰা নাই বা মিছাইলৰ দৰে জিলিকিও উঠা নাই । ই শুনে, হিচাপ কৰি লয় আৰু আঘাত কৰে।

ISRO: বিফল হ’ল ISROৰ ১০১ সংখ্যক কৃত্ৰিম উপগ্ৰহৰ উৎক্ষেপণ

সফল নহ'ল ISROৰ ১০১ সংখ্যক কৃত্ৰিম উপগ্ৰহৰ উৎক্ষেপণ। (ISRO)চাৰিটা পৰ্যায়যুক্ত PSLV-C61ৰ তৃতীয় পৰ্যায়ত লাগিল বেমেজালি।

চীন-আমেৰিকাতকৈও বেছি! চলিত বছৰত ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি ৬.৩ শতাংশ হ’ব বুলি ৰাষ্ট্ৰসংঘৰ অনুমান ।India and China

চীন-আমেৰিকাতকৈও বেছি! চলিত বছৰত ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি ৬.৩ শতাংশ হ’ব বুলি ৰাষ্ট্ৰসংঘৰ অনুমান ।India and China

ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ব্যৰ্থ কৰিছিল ৬০০ৰো অধিক পাকিস্তানী ড্ৰোন আক্ৰমণ ।Sudarshan 

ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ব্যৰ্থ কৰিছিল ৬০০ৰো অধিক পাকিস্তানী ড্ৰোন আক্ৰমণ ।Sudarshan 

Popular