মুখ্য-পৃষ্ঠা

Kaziranga National Park: পৰ্যটকৰ বাবে কাইলৈৰ পৰা বন্ধ হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটকৰ বাবে কাইলৈৰ পৰা বন্ধ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।(Kaziranga National Park)আজি চলিত পৰ্যটন বৰ্ষৰ অন্তিম দিন।

Hyderabad: ভয়ংকৰ অগ্নিকাণ্ডত নিহত ১৭ জন, নিহত আত্মীয়লৈ ২ লাখ টকা ঘোষণা প্ৰধানমন্ত্ৰীৰ

হায়দৰাবাদৰ চাৰ্মিনাৰৰ সমীপৰ এটা অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ডত ১৭ জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰতিজন মৃতকৰ পৰিয়ালক(Hyderabad)পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ ধন প্ৰদান কৰা হ’ব।

Jyoti Malhotra News: জ্যোতি মালহোত্ৰাৰ সন্দৰ্ভত কি ক’লে জ্যোতিৰ পিতৃয়ে ?

'পাকিস্তানত বন্ধু থাকিলে ফোন কৰিব নোৱাৰিনে?' চোৰাংচোৱাগিৰিৰ পৰা মুক্ত হোৱা জ্যোতিৰ পিতৃয়ে নিজৰ ছোৱালীৰ ফোনটো ঘূৰাই বিচাৰে।(Jyoti Malhotra News)

Binita Chetry: বিশ্বমঞ্চত জিলিকিল কণমানি বিনীতা ছেত্ৰী

বিশ্বমঞ্চত জিলিকিল কাৰ্বি আংলং জিলাৰ বোকাজানৰ কণমানি বিনীতা ছেত্ৰী।(Binita Chetry)'aha Dance Ikon Season-2'ৰ গ্ৰেণ্ড ফিনালেত বিজয়ী হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে বিনীতাই।

Anti-Terror Message: বিশ্বলৈ ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী বাৰ্তা কঢ়িয়াই নিব ৭ গৰাকী সাংসদে

বিশ্বলৈ ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী বাৰ্তা কঢ়িয়াই নিব ৭ গৰাকী সাংসদে।(Anti-Terror Message)

Popular